মঙ্গলদৈ:৫ নবেম্বৰ::: ভাৰত ৰত্ন, সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ আজি স্মৃতি দিৱস ।বিগত বৰ্ষৰ দৰে এইবেলি ড° ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি দৰং আৰু মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে 'দৰং অসমৰ যুটীয়া উদ্যোগত আজি ড°ভূপেন হাজৰিকা উদ্যান মঙ্গলদৈত উক্ত দিৱস ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিব। উদ্যোক্তা সকলে সকলোৰে সহযোগিতা আৰু উপস্হিতি কামনা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অভয়াপুৰীত ৬৬সংখ্যক দুৰ্গা পূজা আয়োজনৰ বৃহৎ প্ৰস্তুতি
নামনি অসমৰ অন্যতম পূজাস্থলী অভয়াপুৰী সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিয়ে এইবাৰ ৬৬সংখ্যক...
মঙ্গলদৈত আজব ঘটনা।
মঙ্গলদৈত আজব ঘটনা।
ব্ৰাহ্মণৰ লৰাই নিম্ন জাতিৰ ছোৱালী বিয়া কৰোৱাৰ বাবে মৃত্যুৰ সময়ত নাহিল ওচৰত...
બિહાર નાં રાજકારણમાં ગરમાઓ
બિહારમાં સરકાર ગબડી શકે છે.
બિહારમાં જેડ્યું - બીજેપી નું ગઠબંધન તૂટ્યું.
જેડીયુ...
Delhi News: AAP का BJP पर हमला, '23 दिन तक CM Arvind Kejriwal को क्यों नहीं दी गई इंसुलिन' | Aaj Tak
Delhi News: AAP का BJP पर हमला, '23 दिन तक CM Arvind Kejriwal को क्यों नहीं दी गई इंसुलिन' | Aaj Tak