বৃহত্তৰ সানোৱা অঞ্চলত বিগত ইং ২৬/০৯/২০২২ তাৰিখ সোমবাৰে স্বাস্থ্য সেৱা অভিযান-২.০ ৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন , অসমৰ উদ্যোগত ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু গৰুখুটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যুটীয়া সহযোগত মাদ্ৰাছা ঈশ্বা আতুল উলুম , সানোৱা প্ৰাঙ্গণত এটি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। দিনৰ ১০-০০ বজাত উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰটোৰ শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী দেবে। উক্ত শিবিৰটোত যোগদান কৰি সেৱা আগবঢ়োৱা চিকিৎসক সকল হ'ল ক্ৰমে ডাঃ ধৰ্মকান্ত নাথ , ডাঃ খনীন দাস , ডাঃ প্ৰহ্লাদ শৰ্মা , ডাঃ দুৰ্গেশ্বৰ শৰ্মা , ডাঃ ত্বীষা গুপ্তা , ডাঃ চেহনাজ নাচৰিন ইছলাম , ডাঃ মুকুল ঠাকুৰীয়া , ডাঃ জয়ন্ত শৰ্মা আৰু ভুমিধৰ দাস । উদ্যোক্তা সকলে জনোৱা মতে উক্ত দিনা এই শিবিৰটোত বৃহত্তৰ সানোৱা আৰু নিকটৱৰ্তী অঞ্চকৰ প্ৰায় সাত শতাধিক লোকে চিকিৎসা সেৱা গ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
3 सगी बहनों ने की जीवनलीला समाप्त ||
#J TV BHARAT -|| 3 सगी बहनों ने की जीवनलीला समाप्त ||
Rajasthan Voting Update : बीजेपी प्रचंड बहुतमत के साथ आ रही है- Gajendra Singh Shekhawat | Aaj Tak
Rajasthan Voting Update : बीजेपी प्रचंड बहुतमत के साथ आ रही है- Gajendra Singh Shekhawat | Aaj Tak
Breaking News: पटियाला में PM Modi की रैली, शंभू-खनौरी बॉर्डर पर प्रदर्शन कर रहे किसान पहुंचेंगे
Breaking News: पटियाला में PM Modi की रैली, शंभू-खनौरी बॉर्डर पर प्रदर्शन कर रहे किसान पहुंचेंगे
DEESA/ડીસા માં વેપારી એસોસિયેશન દ્વારા ટેકો જાહેર કરી સંપુર્ણ બજારો બંઘ રહ્યા..
DEESA/ડીસા માં વેપારી એસોસિયેશન દ્વારા ટેકો જાહેર કરી સંપુર્ણ બજારો બંઘ રહ્યા..
पुतिन बोले- यूक्रेन जंग को लेकर मोदी फ्रिकमंद:जब भी बातचीत होती है, वे इस मुद्दे को उठाते हैं
रूस के राष्ट्रपति व्लादिमीर पुतिन ने शुक्रवार को कहा कि नरेंद्र मोदी यूक्रेन युद्ध को लेकर बहुद...