বৃহত্তৰ সানোৱা অঞ্চলত বিগত ইং ২৬/০৯/২০২২ তাৰিখ সোমবাৰে স্বাস্থ্য সেৱা অভিযান-২.০ ৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন , অসমৰ উদ্যোগত ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু গৰুখুটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যুটীয়া সহযোগত মাদ্ৰাছা ঈশ্বা আতুল উলুম , সানোৱা প্ৰাঙ্গণত এটি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। দিনৰ ১০-০০ বজাত উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰটোৰ শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী দেবে। উক্ত শিবিৰটোত যোগদান কৰি সেৱা আগবঢ়োৱা চিকিৎসক সকল হ'ল ক্ৰমে ডাঃ ধৰ্মকান্ত নাথ , ডাঃ খনীন দাস , ডাঃ প্ৰহ্লাদ শৰ্মা , ডাঃ দুৰ্গেশ্বৰ শৰ্মা , ডাঃ ত্বীষা গুপ্তা , ডাঃ চেহনাজ নাচৰিন ইছলাম , ডাঃ মুকুল ঠাকুৰীয়া , ডাঃ জয়ন্ত শৰ্মা আৰু ভুমিধৰ দাস । উদ্যোক্তা সকলে জনোৱা মতে উক্ত দিনা এই শিবিৰটোত বৃহত্তৰ সানোৱা আৰু নিকটৱৰ্তী অঞ্চকৰ প্ৰায় সাত শতাধিক লোকে চিকিৎসা সেৱা গ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्वच्छता सर्वेक्षण: हेरिटेज, सड़क पर गंदा पानी डाला तो 5000 रुपए का चालान
स्वच्छता सरवेक्षण से पहले हेरिटेज नगर निगम के अधिकारी सफाई को लेकर एक्शन में आ गए है। अधिकारियों...
નગર પાલિકા આયોજિત નવરાત્રી મહોત્સવ મા ઉપસ્થિત
નગર પાલિકા આયોજિત નવરાત્રી મહોત્સવ મા ઉપસ્થિત
हरीत क्रांतीचे प्रणेते वसंतरावजी नाईक यांची पुण्यतिथी साजरी
हरित क्रांतीचे प्रणेते वसंतरावजी नाईक यांची पुण्यतिथी निमित्याने रेखेगांव/अनंतपुर येथे विविध...
HMD Pulse Pro को मिला एंड्रॉइड 15 अपडेट, नए फीचर्स के साथ बदलेगा यूजिंग एक्सपीरियंस
HMD Pulse Pro के लिए एंड्रॉइड 15 अपडेट का साइज 3.12GB है। अपडेट का चेंजलॉग फीचर्स और इंप्रूवमेंट...
જમાઇ એ બગાડ્યો સસરાનો પ્રસંગ.
જમાઈએ બગાડ્યો સસરાનો પ્રસંગ,લગ્ન પ્રસંગે હુમલો કરી હત્યાના મામલામાં ચાર ઝડપાયા
ખેડા...