লক্ষীমপুৰ জিলাৰ ভিন্ন প্ৰান্ততো শনিবাৰৰ পৰা আৰম্ভ হৈছে হৰ ঘৰ তিৰঙ্গা কাৰ্য্যসূচী । স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজন অব্যাহত থকা আজাদি কি অমৃত মহোৎসব উপলক্ষে শনিবাৰে বিয়লি লক্ষীমপুৰ চহৰৰ ত্যাগ ক্ষেত্ৰৰ পৰা বিজেপিৰ জিলা যুব মৰ্চাৰ কৰ্মী সকলে উলিয়াই বিশাল সমদল । ১০০ ফুট দৈঘ্যৰ ৰাষ্ট্ৰীয় পতাকাৰে উলিওৱা এই সমদলত ভাগ লয় বিধায়ক মানৱ ডেকা, জিলা বিজেপিৰ সভাপতি ফনিধৰ বৰুৱা সহ অন্যান্য বহু সংখ্যক নেতা কৰ্মীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ક્રિકેટ નો સટ્ટો રમી રમાડતા બે ઈસમો ને પોલીસ એ પકડી પાડયા
ક્રિકેટ નો સટ્ટો રમી રમાડતા બે ઈસમો ને પોલીસ એ પકડી પાડયા
৮ অক্টোবৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত উদ্বোধন কৰা হ'ব বিজেপিৰ ৰাজ্যিক নৱ-নিৰ্মিত ভৱন
৮ অক্টোবৰত গুৱাহাটীৰ বেলতলাস্থিত নৱ-নিৰ্মিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হ'ব।...
Breaking News: Rahul Gandhi को मिली जमानत, मानहानि मामले में बेंगलुरु की एक अदालत ने दिया फैसला
Breaking News: Rahul Gandhi को मिली जमानत, मानहानि मामले में बेंगलुरु की एक अदालत ने दिया फैसला
બહેનોને આત્મનિર્ભર બનવાની તક:
મહિલા આઈ.ટી.આઈ-
જૂનાગઢ બહેનોની
આત્મનિર્ભરતાની દિશા ખોલી રહ્યું છે,
રોજગારલક્ષી કૌશલ્યની સાથે વ્યક્તિત્વ ઘડતરના
પાઠ શીખવવામાં આવે છે
આજના આધુનિક યુગમાં શૈક્ષણિક ડિગ્રીઓની સાથે
કૌશલ્યોનું પણ એટલું જ મહત્વ છે. ખાસ કરીને બહેનો...