মঙ্গলদৈত সত্ৰীয়া নৃত্য কৰ্মশালা।

মঙ্গলদৈ ইউথ ক্লাবৰ উদ্যোগত সপ্তাহ যোৰা কায্যাসচীৰছ আৰম্ভ।

ইউথ ক্লাব মঙ্গলদৈৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষ উদযাপন।

সাধনা সংগীত কলা কেন্দ্ৰ,ইউথ ক্লাব মঙ্গলদৈৰ উদ্যোগত সত্ৰীয়া কেন্দ্ৰ গুৱাহাটী /সংগীত নাটক একাডেমি নতুন দিল্লী/ৰ সহযোগত সত্ৰীয়া নৃত্য কৰ্মশালা। প্ৰশিক্ষক হিচাপে উপস্থিত থাকে শ্ৰী যুত ৰামকৃষ্ণ তালুকদাৰ । সংগীত নাটক একাডেমি বঁটা প্ৰাপক । প্ৰায় শতাধিক ছাত্ৰ -ছাত্ৰীয়ে নৃত্য কৰ্মশালা অংশ গ্ৰহণ কৰে