অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্মিলন উদ্যাগত অসম চৰকাৰৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীয়ে শিৱসাগৰ যুৱ দলৰ প্ৰেক্ষাগৃহত ৰাজ্যিক ভিত্তিত"ভাৰত ত্যাগ আন্দোলন" ৰ স্মৃতি ৰোমন্থন সমাৰোহ অনুষ্ঠিত হৈছে।আজি পুৱা প্ৰভাত ফেৰী উদ্ধোধন কৰে অ ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যকৰী সভাপতি ভোলানাথ নগৰীয়াই।ইয়াৰ পাছত মুক্তি যুঁজাৰু আৰু প্ৰতিনিধি সকলে স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Samsung Galaxy Z Fold 6 और Galaxy Z Flip 6 पर मिल रहे तगड़े ऑफर्स, बचत का अच्छा मौका
गैलेक्सी Z फोल्ड 6 और Z फ्लिप 6 की फेस्टिव ऑफर्स में खरीदारी करने का अच्छा मौका है। सैमसंग इंडिया...
ગેરકાયદેસર દબાણ કર્યું હોવાની ઘટના .....
ગેરકાયદેસર દબાણ કર્યું હોવાની ઘટના .....
বৰিমাখা আঞ্চলিক সাহিত্য সভাৰ আজীৱন সভ্য সন্মিলন সম্পন্ন
সাহিত্য হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰুপ ৷ সাহিত্যৰ মাজেদি এটা জাতিৰ অতীত, বৰ্তমান তথা ইয়াৰ ঐতিহ্য...