কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তবৰ্তী বৰপূল্লাত থকা মৰোৱা কমলপুৰ গড়কাপ্তানি পথৰ ভগ্ন কালভাৰ্টৰ তলত আজি গধুলী এজন যুৱক বাইক সহ তলত পৰি আঘাটপ্ৰাপ্ত হয়৷জান্নাতুল হুছেইন নামৰ আহত যুৱক জনক ৰাইজে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে৷উল্লেখ্য যে বিগত বৰ্ষৰ জুনমাহত বৰলীয়াৰ মঠাউৰি চিঙি অঞ্চলটোত প্ৰলয়ংকৰী বানপানীৰ সৃষ্টি হৈছিল৷সেই সময়তে উক্ত কালভাৰ্টতো বানে উটুৱাই নিছিল৷তেতিয়াৰে পৰা উক্ত ভগ্ন কালভাৰ্টৰ কাষৰে দিয়া উপপথটোৰে ৰাইজৰ যাতায়ত চলি আছিল যদিও ই যে বিপদজনক সেইটো বাৰম্বাৰ ৰাইজ তথা সংবাদ মাধ্যমে সকিয়াই আহিছে৷তথাপিও লোকনিৰ্মান বিভাগে কোনো গুৰুত্বই নিদিয়াত আজি উক্ত ঘটনাটো সংঘতিত হয়৷সেয়েহে ৰাইজে অনতিপলমে উক্ত কালভাৰ্টটো নিৰ্মাণ কৰাৰ বাবে লোকনিৰ্মান বিভাগ তথা জনপ্ৰতিনিধিক দাবী জনাইছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BANASKANTHA/ 20 થી વધુ અબોલ પશુઓનું ફૂડ પોઈઝનીંગના કારણે મોત..
પાલનપુર ના વાધણામાં એક પશુપાલક ના 20 થી વધુ અબોલ પશુઓ નું ફૂડ પોઈઝનીંગ ના કારણે મોત..
...
উজনি মাজুলী খেৰকটীয়া কলেজৰ উদ্যোগত শিশুৰ যতনত মাতৃৰ ভূমিকা' শীৰ্ষক সজাগতা সভা
উজনি মাজুলী খেৰকটীয়া কলেজৰ উদ্যোগত শিশুৰ যতনত মাতৃৰ ভূমিকা' শীৰ্ষক সজাগতা সভা । সপ্তম...
সোণাৰিৰ শালকাঠনী চাহ বাগিচাত সংঘটিত হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক জেললৈ প্ৰেৰণ
সোণাৰিৰ শালকাঠনী চাহ বাগিচাত সংঘটিত হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক জেললৈ প্ৰেৰণ। ...
मंगलदे में सोनिया गाँधी के समर्थन में कांग्रेस ने किया बिरोध प्रदर्शन
दरंग कांग्रेस के पदाधिकारियों और कार्यकर्ताओ ने पार्टी अध्यक्ष सोनिया गाँधी से ई डी द्वारा पूछताछ...
राजस्थान में हाई सिक्योरिटी नम्बर प्लेट प्रक्रिया बंद, डिप्टी CM ने निर्देश किए जारी; अब आगे क्या?
राजस्थान में परिवहन विभाग की ओर से वाहनों में लगवाई जा रही हाई सिक्योरिटी नम्बर प्लेट (एचएसआरपी)...