নাৰায়ণপুৰ থানাৰ অন্তৰ্গত মাধৱপুৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয় ৷ প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য অনুসৰি ঘাইপথটোৰ দাঁতিত ৰৈ থকা AS 07 AC 9569 নম্বৰৰ এখন চিলিণ্ডাৰ ভৰ্তি মেজিক বাহনখনত নাৰায়ণপুৰ দিশৰ পৰা আহি থকা এখন AS 07 AC 8452 নম্বৰৰ মেজিকে প্ৰচণ্ড জোৰেৰে খুণ্ডা মৰাৰ ফলত চিলিণ্ডাৰ ভৰ্তি বাহনখন পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে । ৰৈ থকা চিলিন্ডাৰ ভৰ্তি মেজিক খনৰ চালকৰ আসনত বহি থকা চালক দীপাংকৰ বৰাক অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে ৷ দুয়োগৰাকী চালকক ১০৮ সেৱাৰে ততালিকে ধলপুৰ সামূহিক স্বাস্থ্য কেন্দলৈ নিয়া হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
क्या खली पेट निम्बू पानी पीने से हड्डियां और जोड़ खराब होते हैं? | Lemon Water के फायदे और नुक्सान
क्या खली पेट निम्बू पानी पीने से हड्डियां और जोड़ खराब होते हैं? | Lemon Water के फायदे और नुक्सान
વડાપ્રધાનશ્રી નરેન્દ્રભાઇ મોદીની જામનગરને રૂ. ૧૪૪૮ કરોડના વિકાસ પ્રકલ્પોની ભેટ
જામનગરને જાહોજલાલીની નવી ઉંચાઇ પર લઇ જવું છે*
- વડાપ્રધાનશ્રી નરેન્દ્રભાઇ મોદી
૦૦૦૦૦૦૦૦
::...
How to Maintain Oral Hygiene? | Oral Health Tips | Doc Talk | Fit Tak
How to Maintain Oral Hygiene? | Oral Health Tips | Doc Talk | Fit Tak