নাৰায়ণপুৰ থানাৰ অন্তৰ্গত মাধৱপুৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয় ৷ প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য অনুসৰি ঘাইপথটোৰ দাঁতিত ৰৈ থকা AS 07 AC 9569 নম্বৰৰ এখন চিলিণ্ডাৰ ভৰ্তি মেজিক বাহনখনত নাৰায়ণপুৰ দিশৰ পৰা আহি থকা এখন AS 07 AC 8452 নম্বৰৰ মেজিকে প্ৰচণ্ড জোৰেৰে খুণ্ডা মৰাৰ ফলত চিলিণ্ডাৰ ভৰ্তি বাহনখন পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে । ৰৈ থকা চিলিন্ডাৰ ভৰ্তি মেজিক খনৰ চালকৰ আসনত বহি থকা চালক দীপাংকৰ বৰাক অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে ৷ দুয়োগৰাকী চালকক ১০৮ সেৱাৰে ততালিকে ধলপুৰ সামূহিক স্বাস্থ্য কেন্দলৈ নিয়া হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
धक्कादायक! त्याने बायकोच्या जाचाला कंटाळून संपवल जीवन...
पुणे: बायकोच्या जाचाला कंटाळून पतीने राहत्या घरी आत्महत्या केल्याची धक्कादायक घडना घडली आहे. हा...
ખાંભા ની કોર્ટે ૩૭ માસ નું ચડત ભરણ પોષણ ના ચૂકવતા પતિ ને ૫૫૫ દિવસની સજા ફટકારી.
૩૭ મહિનાની ભરણ પોષણની રકમ ભરપાઇ કરે તો છોડી મુકાશે.
ખાંભામા કોર્ટમાં એક મહિલાએ તેના પતિ સામે ભરણ...
મોરબી ની ધટના ને લઈ દિગમ્બર જૈન સ્વાધ્યાય મંદિર દ્વારા શહેરના હવેલી ચોક ખાતે શ્રદ્ધાંજલિ કાર્યક્રમ
મોરબી ની ધટના ને લઈ દિગમ્બર જૈન સ્વાધ્યાય મંદિર દ્વારા શહેરના હવેલી ચોક ખાતે શ્રદ્ધાંજલિ કાર્યક્રમ
ঢকুৱাখনা নগৰ স্থিত প্ৰতিষ্ঠিত ব্যৱসায়ী যোগেন দত্তৰ বিয়োগ || সমবেদনা জ্ঞাপন অজস্ৰ গুণ মুগ্ধৰ
ঢকুৱাখনা নগৰ স্থিত এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী মুলাৰাম থুৰিমলা ভৱনৰ স্বত্বাধিকাৰী বৰুৱাটিকা গাঁও...
કડીના દેત્રોજ રોડ ઉપર આવેલા પેટ્રોલપંપ પર અચાનક જ CNG કારમાં આગ લાગતાં અફડા - તફડી
કડીના દેત્રોજ રોડ ઉપર આવેલા પેટ્રોલપંપની અંદર એક કારમાં અચાનક જ આગ લાગતાં અફડા - તફડી મચી જવા...