।গহপুৰৰ হেলেমত সমাজ কল্যাণ বিভাগৰ নিৰ্দশে মৰ্মে বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ পালন কৰিছে অঙ্গনৱাড়ী কৰ্মী সকলে। ছয়দুৱাৰ শিশু সংহত প্ৰকল্পৰ চাৰি নং চক্ৰৰ অঙ্গনবাদী কেন্দ্ৰৰ চুপাৰভাইজাৰ পৰিচালিকা ,সহায়িকাকে ধৰি মহিলা সকলে অংশ গ্ৰহণ কৰে। । যিহেতু আজিৰ শিশু কাইলৈৰ দেশৰ ভৱিষ্যত সেয়ে জন্মৰ পৰা ৬ মাহলৈকে শিশুটিয়ে মাতৃ দুগ্ধ সেৱন কৰাটো অতি বাঞ্ছনীয়। বিশ্ব মাতৃ দুগ্ধপান সপ্তাহৰ লগত সংগতি ৰাখি মাতৃ সকলক সজাগ কৰিবৰ বাবে এই কায্যসূচী হাতত লৈছে, অংগনবাদী কেন্দ্ৰসমূৰ মহিলাসকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बोरदा उच्च प्राथमिक विधालय में किया पौधारोपण
बूंदी। राज्य सरकार के अभियान के तहत पर्यावरण को स्वच्छ रखने के लिए राजकीय विद्यालयों में पौधारोपण...
જસદણ સરકારી હોસ્પિટલમાં આરોગ્ય વહીવટી તંત્રની બેઠક મળી,ઓક્સિજન પ્લાન્ટ,બેડની સક્ષમતાની ચકાસણી કરાય
જસદણ સરકારી હોસ્પિટલમાં આરોગ્ય વહીવટી તંત્રની બેઠક મળી,ઓક્સિજન પ્લાન્ટ,બેડની સક્ષમતાની ચકાસણી...
কাৰ্বি আংলংত ঐতিহাসিক লাংখন পূজা উদযাপন
কাৰ্বি আংলংত ঐতিহাসিক লাংখন পূজা উদযাপন
'चुनाव प्रचार में व्यस्त हूं, आज पेश नहीं हो सकती', ED के समन पर महुआ मोइत्रा ने दिया जवाब
कोलकाता। टीएमसी नेता महुआ मोइत्रा ने प्रवर्तन निदेशालय के समन को नजरअंदाज कर दिया है। इस...