সমগ্ৰ দেশৰ লগতে আজি মাজুলীতো পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস। ভাৰতৰ লৌহ মানৱ খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে আজি জিলাখনৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা পৰিলক্ষিত হয়। সেই উপলক্ষে আজি উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়, বৰবিল হাইস্কুল, জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে আদি কৰি অঞ্চলটোৰ সকলোবোৰ শিক্ষানুষ্ঠানে শোভাযাত্রা, একতাৰ দৌৰ, বক্তৃতানুষ্ঠান, ছাত্র-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আদি ৰূপায়ন কৰে। উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত অন্যান্য কাৰ্যসূচীৰ লগতে দেশৰ একতা আৰু সংহতি ৰক্ষাৰ বাবে চৰ্দাৰ বল্লভভাই পেটেলে আগবঢ়োৱা অৱদানৰ বিষয়ে ছাত্র- ছাত্রীসকলৰ আগত আলোকপাত কৰে অধ্যাপক ৰমেন চুতীয়াই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कनवास क्षेत्र के कांग्रेस कार्यकर्ताओं ने नवनिर्वाचित ब्लॉक अध्यक्षों का किया स्वागत
कनवास. कस्बे में स्थित बालपुर हनुमान मंदिर प्रांगण में ब्लॉक कांग्रेस कमेटी के नवनिर्वाचित...
10ક્રિપ્ટો એક્સચેન્જો EDની રડારમાં, રૂ. 1,000 કરોડની હેરાફેરીની આશંકા
ચીની કનેક્શન ધરાવતા ક્રિપ્ટો એક્સચેન્જો પર ગાળિયો કસાશે
પાછલા સપ્તાહે વઝિરએક્સ પર તવાઇ...
UCC In Uttarakhand: उत्तराखंड विधानसभा में पेश होगा UCC, राज्य में बदल जाएंगे कई नियम | Aaj Tak
UCC In Uttarakhand: उत्तराखंड विधानसभा में पेश होगा UCC, राज्य में बदल जाएंगे कई नियम | Aaj Tak