অসম এটি আপুৰুগীয়া সংস্কৃতি হৈছে“ পুতলা থিয়েটাৰ“৷এই পুতলা নাচ অথবা থিয়েটাৰৰ প্ৰতি মানুহৰ আস্থা কমি আহিছে৷সেয়েহে উক্ত আকৰ্ষনীয় পুতলা নাচৰ দৃশ্যটো সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ হৈছে৷ৰাইজে মনোগ্ৰাহী মতামতও দিছে৷পিচে ইয়াক জীয়াই ৰখাটো আমাৰ সকলোৰে দায়িত্ব৷৷