বহি:ৰাজ্যৰ তিনি যুৱকৰ মুখত "জয় আই অসম"ধ্বনী। চাৰিদুৱাৰত এই তিনিজন যুৱকে দিলে "জয় আই অসম" ধ্বনী। ৰাজস্থান, উত্তৰ প্ৰদেশ,আৰু বিহাৰৰ পৰা এই যুৱক কেইজনে অন্য লোকৰ সহায়ত অথ্যাৎ Lift বিচাৰি আজি নিশা উপস্থিত হৈছে শোনিতপুৰৰ চাৰিদুৱাৰত। উল্লেখ্য যে বহি:ৰাজ্যৰ একাংশ লোক অসম তথা উত্তৰ পূৰ্ৱাঞ্চলৰ লোকসকলক মাহীআইৰ দৃষ্টিৰে চাই বিভিন্ন সময়ত বিভিন্ন কথা কোৱাৰ এক অভিযোগ উথাপন কৰি কয় যে তেনে লোকসকলৰ বিৰুদ্ধে এই যাত্ৰা তেওঁলোকৰ। অসমৰ লোকসকলে কেনেদৰে আনক সহায় কৰি ভাল পাই তাকে দেখুৱাৱলৈকে এনেদৰে এক আনৰ সহায় লৈ আজি আহি যুৱকেইজন উপস্থিত হয় চাৰিদুৱাৰত। চাৰিদুৱাৰত আজি একাংশ শ্ৰমিক সৈতে নিশাৰ আহাৰো গ্ৰহন কৰে যুৱক কেইজনে। যুৱককেইজনে অসমৰ সংস্কৃতি,ভাষা,খাদ্য আৰু অমায়িকতা আৰু সহায়ৰ কথা কৈ সমগ্ৰ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિપક્ષ નેતા તરીકે અમિત ચાવડાની નિમણૂક
વિપક્ષ નેતા તરીકે અમિત ચાવડાની નિમણૂક
સિહોર શહેરમાં ધન તેરસ ની ઉજવણી કરી હતી
પર્વોની શ્રેણી દિપાવલી પર્વની ઉજવણીના ભાગરૂપે ગઈકાલે સિહોર શહેર સહિત પંથકમાં ધનતેરસની ઉજવણી...
પાધરદેવી વરવાડા રોડની સાઈડમાં ઊભી કરેલ ટ્રેકટરની ટ્રોલીમાં પાછળથી આવતી મોટરસાયકલ ધડાકાભેર અથડાતા બાઈક ચાલક યુવકનું ઘટના સ્થળે જ મોત.
ઘટના અંગેની પ્રાપ્ત વિગતો અનુસાર અખ્તરખાન અતાર મહોમ્મદખાન રહે. હાલોલની માલિકીની ટ્રેકટર નં. જીજે...
অসম ৰেপিড ৰেটিং দবাত মায়াংক চক্ৰৱৰ্তী চেম্পিয়ন
পাঞ্জাবাৰীৰ বিপনন বাণিজ্য ক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ অসম প্ৰথম ৰেপিড ৰেটিং দবা প্ৰতিযোগীতাত মায়ংক...
देशभक्ति गानो पर जमकर झूमे तालेडा ब्लाॅक कांग्रेस कमेटी अध्यक्ष
बून्दी। गुरूवार को लीलेडा व्यासान सरपंच प्रतिनिधी व तालेडा ब्लाॅक कंाग्रेस कमेटी अध्यक्ष...