পাঞ্জাবাৰীৰ বিপনন বাণিজ্য ক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ অসম প্ৰথম ৰেপিড ৰেটিং দবা প্ৰতিযোগীতাত মায়ংক চক্ৰৱৰ্তীয়ে চেন্পিয়নৰ খিতাপ দখল কৰে । জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন মায়ংকে নিজৰ অপতিৰোধ্য ধাৰা অব্যাহত ৰাখি ৯ খেলৰ আটাইকেইখনতে জয় লাভ কৰি এই খিতাপ অৰ্জন কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১১২ গৰাকী চিনিয়ৰ , জুনিয়ৰ দবাৰুৱে অংশ গ্ৰহণ কৰা অসম ৰেপিড ৰেটিং প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চেম্বাৰ্চ অৱ কৰ্মাচৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে । সদৌ অসম দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখন পৰিচালনা কৰে ৰবিকান্ত তিৱাৰী আৰু অনন্ত গোস্বামীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কোহলী ভাইয়াক টিভিত বেলেগ দেখা যায়, তেওঁৰ আক্ৰমণাত্মকতা মোৰ ভাল লাগে: ধুলৰ মন্তব্য
ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ সৈতে সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰাৰ সময়ত ইমাৰ্জিং টিমছ এছিয়া...
ડીસાના જૂના નેસડામાં વ્યક્તિ પર છરીથી હુમલો કરતાં ચકચાર
ડીસા તાલુકાના જુના નેસડા ગામે પકોડી ખાવાની બબાલમાં છરી તેમજ ગડદા પાટુથી હુમલો કરવામાં આવ્યો હતો....
AAP govt. made political use of central funds for health and education : Chugh
Demands criminal case be registered against the Bhagwant Mann govt. for cheating patients
...
নলবাৰী আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ সংবাদ মেল
নলবাৰী আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ সংবাদ মেলত ঘোষণা৷বাল্যবিৱাহ আইন বিৰুদ্ধ কথা সেয়েহে আমাৰ অভিযান...
ગુજરાત વિધાનસભાની ચૂંટણીની તારીખ જાહેર: બે તબક્કામાં યોજાશે મતદાન ૮ ડિસેમ્બરના રોજ મતગણતરી
ગુજરાત વિધાનસભાની ચૂંટણીની તારીખ જાહેર: બે તબક્કામાં યોજાશે મતદાન ૮ ડિસેમ્બરના રોજ મતગણતરી