ৰাজগড়ত আদিবাসী চেংগাল অভিযান ( ASA ) ৰ সংবাদমেল । আদিবাসীৰ উন্নয়নৰ হকে পদক্ষেপ গ্ৰহণ কৰাৰ কথা সংবাদমেলত সদৰী কৰে নেতা-কৰ্মীসকলে ৷ সংবাদমেলত উপস্থিত অসম ৰাজ্যিক আদিবাসী চেংগাল অভিজানৰ উপসভাপতি চহন হেম্বৰম , ডিব্ৰুগড় জিলাৰ মূৰব্বী মহাবীৰ বাস্কে , ডিব্ৰুগড় , তিনিচুকীয়া , চৰাইদেউ , শিৱসাগৰ জিলাৰ zonal পাৰগানা লক্ষণ বেছৰা , ডিব্ৰুগড় জিলা ভিত্তিক সভাপতি বিপিন মাৰডি , ডিব্ৰুগড় জিলাৰ সম্পাদক ৰোহিত হাচদা আৰু চৰাইদেউ জিলাৰ সম্পাদক বিজিত মুৰ্মু ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দিহানামৰ কায়দাৰে উজনি মাজুলী সংহত শিশু বিকাশ প্ৰকল্পৰ পোষণ মাহ উদযাপন
ছেপ্তেম্বৰৰ ১ তাৰিখৰ পৰা ৩০ তাৰিখলৈকে প্ৰতি বছৰৰ দৰে এই বছৰো পোষণ মাহ পালন কৰা হৈছে ৷
উজনি...
ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকল ব্যস্ত 'জীপাল ' সজাই তোলাত ৷
কাইলৈ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হব নৱাগত আদৰনী সভা ৷
নৱাগত আদৰনী সভাৰ...
ખિમાણા ગામે તેજસ્વી તારલા ઓ નો સન્માન સમારોહ યોજાયો
બનાસકાંઠા.... કાંકરેજ તાલુકાના ખીમાણા અભિનવ ભારતી વિદ્યાલય ખાતે નવમો તેજસ્વી તારલા...
ગુજરાત પ્રદેશ ભાજપના ઉપાધ્યક્ષ ડોક્ટર ભરત બોઘરાએ વડાપ્રધાન નરેન્દ્ર મોદીની દિલ્હી ખાતે શુભેચ્છા મુલાકાત લીધી,
આજે દિલ્લી ખાતે ગુજરાત પ્રદેશ ભાજપના ઉપાધ્યક્ષ ડોક્ટર ભરત બોઘરાએ વડાપ્રધાન નરેન્દ્ર મોદીની...
Kisi Ka Bhai Kisi Ki Jaan - Official Trailer | Salman Khan, Venkatesh D, Pooja Hegde | Farhad Samji
Kisi Ka Bhai Kisi Ki Jaan Box Office Collection Day 14: सलमान खान की फिल्म किसी का भाई किसी की...