কাইলৈ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হব নৱাগত আদৰনী সভা ৷ 

নৱাগত আদৰনী সভাৰ লগত সংগতি ৰাখি বিদ্যালয় খনৰ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলে লিখি উলিয়াইছে 'প্ৰাচিৰ পত্ৰিকা' বিদ্যালয়ৰ বাৰন্দাত বহি নৱম শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলেও এই দৰেই 'জীপাল' নামৰ প্ৰচীৰ পত্ৰিকা খন লিখাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে ৷ ছাত্ৰছাত্ৰী সকলে নিজক সাহিত্যৰ দিশত আগবঢ়াই নিবৰ বাবে এইদৰে প্ৰাচিৰ পত্ৰিকা লিখাত ব্যস্ত থকা পৰিলক্ষিত হৈছে ৷