ছেপ্তেম্বৰৰ ১ তাৰিখৰ পৰা ৩০ তাৰিখলৈকে প্ৰতি বছৰৰ দৰে এই বছৰো পোষণ মাহ পালন কৰা হৈছে ৷
উজনি মাজুলী সংহত শিশু উন্নয়ন পকল্পৰ উদ্যোগত জেংৰাই আৰু চেৰপাই গাঁও পঞ্চায়তৰ অগংনাবাদী কৰ্মী সহায়িকা সকলে দিহানামৰ কায়দাৰে মাতৃ ,শিশু সকলক পুষ্টিহীনতাৰোপৰা কি দৰে দুৰ কৰিব পাৰি তাৰ সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰে ৷