তিনিচুকীয়া জিলা তালাপ আৰক্ষী চকীৰ অন্তৰ্গত খোবাং চাহ বাগিছাৰ NG ২৮ নম্বৰ বাগানৰ মাজত মানুহৰ এক কংকাল পৰি থকা পৰিলক্ষিত হয়। বাগানত কৰ্মৰত থকা চকীদাৰ দুজনে চাৰিও পাশে আজি পুৱা টহল দি থকাৰ অৱস্থাত কংকালটোক দেখা পাই স্থানীয় বাগিছাৰ কৰ্মৰত থকা মহৰি এলবাৰ্ট এক্কাক খবৰ দিয়ে। লগে লগে বাগিছাৰ মেনেজমেণ্টে তালাপ আৰক্ষী চকীত খবৰ দিয়ে। তালাপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলপ দাসৰ আৰক্ষীৰ দল এটা আহি বাগানত পৰি থকা কংকালটোক উঠাই লৈ যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાબરમતી નદીમાં સતત પાણીની આવક
#buletinindia #gujarat #ahmedabad
Shahid Latif, Hardeep Nijjar को खत्म करने वाला अनजान शूटर कौन है? Pakistan | Canada |Terrorist | NIA
Shahid Latif, Hardeep Nijjar को खत्म करने वाला अनजान शूटर कौन है? Pakistan | Canada |Terrorist | NIA
ಕರ್ನಾಟಕ ಚಿತ್ರಕಲಾ ಪರಿಷತ್ತಿನಲ್ಲಿ ಆಯೋಜಿಸಿದ್ದ ಫೋಟೋ ಜರ್ನಲಿಸ್ಟ್ ಅಸೋಸಿಯೇಷನ್ ಆಫ್ ಬೆಂಗಳೂರು '25ನೇ ವರ್ಷದ ವಾರ್ಷಿಕ ಪ್ರೊಜನ್ ಮೆಮೊರಿಸ್ 2024 ಛಾಯಾಚಿತ್ರ ಪ್ರದರ್ಶನ' ಸಮಾರೋಪ ಸಮಾರಂಭ ನಡೆಯಿತು.
ಆಗಸ್ಟ್ 20, 2024
ಬೆಂಗಳೂರಿನ ಕರ್ನಾಟಕ ಚಿತ್ರಕಲಾ ಪರಿಷತ್ತಿನಲ್ಲಿ ಫೋಟೋ ಜರ್ನಲಿಸ್ಟ್ ಅಸೋಸಿಯೇಷನ್ ಆಫ್...
Rajyawarddhan Singh से लड़ रहे Abhishek Chaudhary Interview में Gehlot,Rahul,Pilot पर क्या बोले?
Rajyawarddhan Singh से लड़ रहे Abhishek Chaudhary Interview में Gehlot,Rahul,Pilot पर क्या बोले?