নলবাৰী জিলাৰ পূৱপ্ৰান্তৰ ঐতিহ্যপূৰ্ণ ধৰ্মীয় উপসনা স্থলী পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা মণ্ডপ পৰিচালনা সমিতখন দেওবাৰে নতুনকৈ গঠন কৰে৷তদুপলক্ষে পৰিচালনা সমিতিৰ সভাপতি নিৰঞ্জন চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত পৰিচালনা সমিতিৰ সম্পাদক ড°খনীন্দ্ৰ শৰ্মাই বিগত বছৰৰ হিচাব নিকাচ দাখিল কৰাৰ লগতে বাৰ্ষিক কাৰ্য্যবিৱৰণি পাঠ কৰে৷ইয়াৰ পিচতে ৰাইজৰ মাজত বহুতো আলোচনা বিলোচনাৰ পিচত পূনৰাই নিৰঞ্জন চন্দ্ৰ ডেকাক সভাপতি আৰু ড°খনীন্দ্ৰ শৰ্মাক সম্পাদক হিচাবে লৈ আগন্তুক তিনি বছৰৰ বাবে সোতৰ জনীয়া নতুন সমিতি গঠন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election 2024: Akhilesh Yadav के बाद अब Rahul Gandhi का UP से चुनाव लड़ना तय
Lok Sabha Election 2024: Akhilesh Yadav के बाद अब Rahul Gandhi का UP से चुनाव लड़ना तय
Breaking News: Mohmmad Shami Bengal की इस सीट से लड़ सकते हैं Lok Sabha चुनाव | Aaj Tak News
Breaking News: Mohmmad Shami Bengal की इस सीट से लड़ सकते हैं Lok Sabha चुनाव | Aaj Tak News