নলবাৰী জিলাৰ পূৱপ্ৰান্তৰ ঐতিহ্যপূৰ্ণ ধৰ্মীয় উপসনা স্থলী পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা মণ্ডপ পৰিচালনা সমিতখন দেওবাৰে নতুনকৈ গঠন কৰে৷তদুপলক্ষে পৰিচালনা সমিতিৰ সভাপতি নিৰঞ্জন চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত পৰিচালনা সমিতিৰ সম্পাদক ড°খনীন্দ্ৰ শৰ্মাই বিগত বছৰৰ হিচাব নিকাচ দাখিল কৰাৰ লগতে বাৰ্ষিক কাৰ্য্যবিৱৰণি পাঠ কৰে৷ইয়াৰ পিচতে ৰাইজৰ মাজত বহুতো আলোচনা বিলোচনাৰ পিচত পূনৰাই নিৰঞ্জন চন্দ্ৰ ডেকাক সভাপতি আৰু ড°খনীন্দ্ৰ শৰ্মাক সম্পাদক হিচাবে লৈ আগন্তুক তিনি বছৰৰ বাবে সোতৰ জনীয়া নতুন সমিতি গঠন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માસૂમિયત સાથે ઈબાદત: કાલોલના ૬ વર્ષીય મહંમદજીલાનીએ જીવનનો પ્રથમ રોઝો રાખ્યો
માસૂમિયત સાથે ઈબાદત: કાલોલના ૬ વર્ષીય મહંમદજીલાનીએ જીવનનો પ્રથમ રોઝો રાખ્યો
પવિત્ર રમજાન...
চৰাইদেউ জিলাত শোক দিৱস পালন
চৰাইদেউ জিলাত শোক দিৱস পালন
২০০৪ চনৰ ১৫ আগষ্টত ধেমাজীত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত...
এখন মহাবিদ্যালয়ৰ মূল প্ৰবেশ দ্বাৰৰ সন্মুখৰে যোৱা ৰেল পথে সমস্যাত পেলাইছে ছাত্ৰ ছাত্ৰী, অধ্যক্ষ, প্ৰবক্তা আৰু কৰ্মচাৰীক
এখন মহাবিদ্যালয়ৰ মূল প্ৰবেশ দ্বাৰৰ সন্মুখৰে যোৱা ৰেল পথে সমস্যাত পেলাইছে ছাত্ৰ ছাত্ৰী, অধ্যক্ষ,...
વિદ્યાર્થીને અડફેટે લેતા અકસ્માત સર્જાયો .....
વિદ્યાર્થીને અડફેટે લેતા અકસ્માત સર્જાયો .....