মাজুলী কণমানি ৰ মুখা অভিনয়। চামগুৰি সত্ৰত।নতুন চামগুৰি সত্ৰত নিৰ্মান কৰা হয় মুখা, দেশী বিদেশী পৰ্যটকে ভিৰ  কৰে হি এই চামগুৰি সত্ৰত। ইয়াৰ তিনি জন কণমানি শিশুৱে পৰ্যটকৰ আগত প্রদর্শন কৰা মুখা অভিনয়।