অবশেষত শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত মানশিৰি বাসীৰ বাবে আহিল সুখৰ খৱৰ ৷ আৰম্ভ হ’ল একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ৷ মানশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানৰ শুভাৰম্ভ কৰা হয় ৷ লগতে বিদ্যালয়খনৰ শ্ৰেণী কোঠাৰ শুভাৰম্ভ কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ৷ স্থানীয় ৰাইজ তথা শিক্ষাৰ্থী সকলে ৰঙাপৰা সমষ্টিৰ মানশিৰি বিদ্যালয় খনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানৰ বাবে দাবী জনাই অহাৰ পিচতে চৰকাৰে উক্ত বিদ্যালয়খন উচ্চতৰ মাধ্যমিকলৈ উন্নিতকৰণ কৰে। উল্লেখ্য যে উক্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলে উচ্চ শিক্ষাৰ বাবে অন্য ঠাইলৈ যাবলগীয়া হৈছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मुंबादेवी मंदिरात भाविकांची गर्दी | Mumbai
मुंबादेवी मंदिरात भाविकांची गर्दी | Mumbai
OnePlus दिवाली सेल में बंपर डिस्काउंट, OnePlus 12 और OnePlus Nord CE4 को सस्ते में खरीदें
OnePlus दिवाली सेल में कंपनी के लेटेस्ट स्मार्टफोन्स पर अच्छे-खासे डिस्काउंट ऑफर किए जाएंगे। सेल...
Jio vs Airtel: 84 दिन की वैलिडिटी वाला किसका प्लान बेस्ट, किसमें मिल रहे ज्यादा बेनिफिट
रिलायंस जियो और एयरटेल की तरफ से 84 दिनों की वैलिडिटी के साथ कई प्लान पेश किए जाते हैं। ऐसे में...
লোক কল্যাণ দিৱসৰ দিনাই কংগ্ৰেছৰ প্ৰতিবাদ লজ্জাজনক - কৃষিমন্ত্ৰী অতুল বৰা
কংগ্ৰেছে আজি গোপিনাথ বৰদলৈ মৃত্যুো বাৰ্ষিকীৰ দিনটোত প্ৰতিবাদ কৰি মহান পুৰুষজনক অপমান কৰিছে...
રાધનપુર : વિશ્વ મેલેરિયા દિવસની ઉજવણી | SatyaNirbhay News Channel
રાધનપુર : વિશ્વ મેલેરિયા દિવસની ઉજવણી | SatyaNirbhay News Channel