কোকৰাঝাৰ চেপ্তেম্বৰ ১২: কোকৰাঝাৰ চহৰৰ শান্তি নগৰ আৰু টেঙাপাৰাত আজি ৰেলৱে মাটিত অবৈধ ভাৱে বেদখল কৰা ব্যৱসায়ী প্ৰতিষ্ঠানক ৰেল বিভাগে উচ্ছেদ কৰাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কোকৰাঝাৰ ব্যৱসায়ী সন্থাই। কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ উপ সভাপতি ভৰত শৰ্মাই ৰেল বিভাগৰ উচ্ছেদ অভিযানক প্ৰতিক্ৰিয়া ব্যক্ত কৰি আলিপুৰ দূৱাৰ ৰেলৱে ডিভিজনৰ সংস্লিষ্ট বিভাগক উচ্ছেদ অভিযান সাময়িক ভাৱে স্থগিত ৰাখিবলৈ আহ্বান জনায়। আগন্তুক দুৰ্গা পূজালৈ ব্যৱসায়ী মহলক সকাহ দিয়াৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান বন্ধ কৰা আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हर्षउल्लास के साथ निकली भगवान की शोभायात्रा,जगह जगह फूल बरसा कर हुया स्वागत
अजयगढ:-आज रामनवमी के अवसर पर पुण्य प्रताप रामलीला समिति के द्वारा भगवान श्रीराम की भव्य...
Pew Survey में Modi Govt Foreign Policy को लेकर लोगों ने क्या बताया? | LT Show
Pew Survey में Modi Govt Foreign Policy को लेकर लोगों ने क्या बताया? | LT Show
બનાસકાંઠા SOG પોલીસે લાખણી નાં બે ખેતરમાંથી 11 કિલો અફીણના ડુંડા જપ્ત..
બનાસકાંઠા SOG પોલીસે લાખણી નાં બે ખેતરમાંથી 11 કિલો અફીણના ડુંડા જપ્ત..
એરંડા અને રાયડાના...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্টত দিল্লীৰ আইকনিক RedFort ৰ পৰা ৭৭তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ দেশবাসীৰ নেতৃত্ব দিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্টত দিল্লীৰ আইকনিক #RedFort ৰ পৰা ৭৭তম #স্বাধীনতা দিৱস...
વડોદરા માં સામાન્ય સભા મુલત્વી રાખવામાં આવતા વિપક્ષી નેતાએ કોર્પોરેશન કચેરી ખાતેથી આપી પ્રતિક્રિયા
વડોદરા માં સામાન્ય સભા મુલત્વી રાખવામાં આવતા વિપક્ષી નેતાએ કોર્પોરેશન કચેરી ખાતેથી આપી પ્રતિક્રિયા