প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্টত দিল্লীৰ আইকনিক #RedFort ৰ পৰা ৭৭তম #স্বাধীনতা দিৱস উদযাপন কৰিবলৈ দেশবাসীৰ নেতৃত্ব দিব।ৰঙা দুৰ্গৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।এইবাৰৰ স্বাধীনতা দিৱসৰ শিখৰত উপনীত হ'ব azadikaamritmahotsav উদযাপন, যিটো প্ৰধানমন্ত্ৰীয়ে #গুজৰাটৰ আহমেদাবাদত অহা ১২ মাৰ্চ, ২০২১ তাৰিখে সাবৰমতী আশ্ৰমৰ পৰা আৰম্ভ কৰিছিল।