নাৰায়ণপুৰত অঘটন। পুনৰ নাৰায়ণপুৰৰ সাউদকুচিত মাহ প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে। কেইদিনমান পূৰ্বে নাৰায়ণপুৰৰ পানবাৰীত এনে ঘটনা সংঘটিত হৈ উত্তেজনা মাৰ নৌ যাওঁতেই পুণৰ সংঘটিত হৈছে এনে ঘটনা। এইবাৰ সাউকুছি গাঁৱৰ বুবুমণি ৰাই ভূঞাৰ ঘৰত মৃতকৰ বৰতীয়াৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে দহ জনৰো অধিক লোক। অধিকাংশ বৰ্তমান লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ঘৰতো চিকিৎসাধীন হৈ আছে কেইবাজনো পুৰুষ মহিলা। আক্ৰান্ত লোকসকলৰ বমি,পেটৰ বিষ,মূৰৰ বিষ, শৌচ,দূৰ্বল হোৱাত তেওঁলোকক নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰে। আৰু লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पूर्व मंत्री और विधायक शांति धारीवाल ने लगाया आरोप
पूर्व मंत्री और विधायक शांति धारीवाल ने लगाया आरोप
जिले में हो रही मौतों को लेकर उठाए सवाल,...
અમેરિકન તબીબે ક્ષેત્રે ભારતીય તબીબે ડંકો વગાડ્યો
#buletinindia #news
મહેમદાવાદ મા વૃક્ષારોપણ
મહેમદાવાદ ઈદગાહ કબ્રસ્તાન પાસે વૃક્ષારોપણનો કાર્યક્રમ યોજાયો તેમાં જાવેદ ખોખર ( બાબર ),...
ગોત્રી હોસ્પીટલ આડેધડ પાર્કિંગ મેનેજમેન્ટ ન હોવાના કારણે લોકોને હાલાકી 2022 | Spark Today News
ગોત્રી હોસ્પીટલ આડેધડ પાર્કિંગ મેનેજમેન્ટ ન હોવાના કારણે લોકોને હાલાકી 2022 | Spark Today News
লক্ষীমপুৰত মন্ত্ৰী যোগেন মহনে উদ্বোধন কৰিলে আদৰ্শ অঙ্গনবাদী কেন্দ্ৰ...
দেওবাৰে লক্ষীমপুৰত দুটাকৈ আদৰ্শ অঙ্গনবাদী কেন্দ্ৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী যোগেন মহনে ।...