বদৰুদ্দিন আজমলেও উদযাপন কৰিলে স্বাধীনতা দিৱস।আজমল গ্ৰুপ অফ কলেজ আৰু আজমল ফাউণ্ডেচনে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বদৰুদ্দিন আজমল আৰু ৰবীন্দ্ৰনাথ টেগৰ বিশ্ববিদ্যালয়ৰ উপচাৰ্য্য অমলেন্দু চক্ৰৱৰ্তী উপস্থিত থাকে।মৰিয়ম আজমল ৱমেন কলেজ প্ৰাংগণত অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত বদৰুদ্দিন আজমলৰ নেতৃত্বত একেলগে ৭৫ টা জাতীয় পতাকা উত্তোলন কৰা হয় ।ইয়াৰ পিছত আজমল গ্ৰুপ অফ কলেজৰ ছাত্ৰ ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে বদৰুদ্দিন আজমলে।ইপিনে আলফাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বানৰ পিছতো ৰাজ্যবাসীয়ে শান্তিপূৰ্ণ বাবে দিৱসটি উদযাপন কৰাত আজমলে ৰাজ্যবাসীক জনায় ধন্যবাদ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Reliance Capital Delisting News | रिलायंस कैपिटल को खरीदा Hinduja Group, क्या है पूरा मामला?
Reliance Capital Delisting News | रिलायंस कैपिटल को खरीदा Hinduja Group, क्या है पूरा मामला?
भीषण गर्मी के बाद नमाना में बूंदाबांदी का दौर शुरू
नमाना क्षेत्र व आसपास के गांव में गुरुवार सुबह से ही भीषण गर्मी का दौर चल रहा था,...
Aurya Diamonds new showroom launched in Jayanagar, Bengaluru.
Aurya Diamonds is a recently launched Bengaluru-based contemporary jewellery brand specialising...