নাৰায়ণপুৰত অঘটন। পুনৰ নাৰায়ণপুৰৰ সাউদকুচিত মাহ প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে। কেইদিনমান পূৰ্বে নাৰায়ণপুৰৰ পানবাৰীত এনে ঘটনা সংঘটিত হৈ উত্তেজনা মাৰ নৌ যাওঁতেই পুণৰ সংঘটিত হৈছে এনে ঘটনা। এইবাৰ সাউকুছি গাঁৱৰ বুবুমণি ৰাই ভূঞাৰ ঘৰত মৃতকৰ বৰতীয়াৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে দহ জনৰো অধিক লোক। অধিকাংশ বৰ্তমান লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ঘৰতো চিকিৎসাধীন হৈ আছে কেইবাজনো পুৰুষ মহিলা। আক্ৰান্ত লোকসকলৰ বমি,পেটৰ বিষ,মূৰৰ বিষ, শৌচ,দূৰ্বল হোৱাত তেওঁলোকক নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰে। আৰু লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शेतवस्तीवर दाम्पत्यास जबर मारहाण करून दागिने लुटले चार जण जखमी , एक जण गंभीर
औरंगाबाद : धुळे - सोलापूर राष्ट्रीय महामार्गालगतच शेतवस्तीवर राहणाऱ्या शेतकरी दांपत्यास बेदम...
ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ উদ্বোধন
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে চৰাইদেউ জিলাৰ বৰগুৰি গাওঁ পঞ্চায়তৰ এিৰংগা বিক্ৰী কেন্দ্ৰ শুভ...
চৰাইদেউ জিলাত পালচ পলিঅ' অভিযানৰ শুভাৰম্ভ
চৰাইদেউ জিলাত পালচ পলিঅ' অভিযানৰ শুভাৰম্ভ
দেশৰ অন্যান্য ঠাইৰ লগতে আজিৰ পৰা চৰাইদেউ...
વાગરાના જોલવા ખાતે 40 કોંગ્રેસના સક્રિય કાર્યકરોએ કેસરિયો ધારણ કર્યો
વાગરાના જોલવા ખાતે 40 કોંગ્રેસના સક્રિય કાર્યકરોએ કેસરિયો ધારણ કર્યો
Chunav Express: Pokhran में नेताओं का अखाड़ा ! Rajasthan Election 2023 | CM Ashok Gehlot | Debate
Chunav Express: Pokhran में नेताओं का अखाड़ा ! Rajasthan Election 2023 | CM Ashok Gehlot | Debate