*গোলাঘাট সদৰ থানাৰ সন্মুখত ৰখাই থোৱা অৱস্থাতেই দাও দাও কৈ জ্বলি উঠিল এখন ইন্দিগ বাহন l* গোলাঘাট সদৰ থানাৰ সন্মুখত চাঞ্চল্যকৰ ঘটনা l ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল সৰ্ব ব্যস্ত সদৰ থানাৰ সন্মুখৰ পথেৰে যাতায়ত কৰা বাহন অথবা পঠাচাৰি আৰু আৰক্ষীl সদৰ থানাৰ সন্মুখত ৰখাই থোৱা অৱস্থাতেই দাউ দাউকৈ জ্বলি উঠিল AS01AR8226 নম্বৰৰ এখন ইন্দিগ বাহন খন l বৈদ্যুতিক বিজুতিৰ ফলতেই উক্ত ঘটনাতো সংঘটিত হয় বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে l আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত পানী মাৰি বাহন খনত লগা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও যথেষ্ট ক্ষতি সাধন হয় বাহন খন