স্বৰ্ণজয় কৰি, উপ আৰক্ষী অধীক্ষক পদত অধিস্থিত হোৱাৰ পাছত প্ৰথমবাৰলৈ আপোন জিলাত সম্বৰ্ধিত কমনৱেলথত স্বৰ্ণজয়ী নয়নমণি শইকীয়া।নিজে অধ্যয়ন কৰা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ কেৰিয়াৰ মাৰ্গদৰ্শন আৰু নিয়োগকৰণ কোষৰ উদ্যোগত তথা শাৰিৰীক শিক্ষা আৰু ক্ৰীড়া বিভাগৰ সহযোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈ নিজৰ কলেজীয়া দিনৰ নষ্টালজীয়া খিনি সোঁৱৰিলে নয়নমণি শইকীয়াই।খেতিয়ক পিতৃৰ জীয়ৰী নয়নমণিয়ে নিজৰ শিক্ষাজীৱন,ক্ৰীড়াজীৱন,সকলোখিনি গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ পৰাই সোঁৱৰিলে স্বৰ্ণকন্যা নয়নমণিয়ে।জীৱনৰ উত্থান-পতন সকলোখিনি সোঁৱৰি আবেগিক আজি DSP নয়নমণি।মহাবিদ্যালয়খনৰ আগন্তুক সোণালী জয়ন্তী মহোৎসৱৰ সময়ত National games থাকিব পাৰে,নাথাকিলে এপাক দেখা দিয়াৰ প্ৰতিশ্ৰুতিও দিলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bajaj Auto Q4 Poll | पिछले तिमाही से इस तिमाही तक कितना बदल चुका है ये Stock? | HDFC Bank Q4 Results
Bajaj Auto Q4 Poll | पिछले तिमाही से इस तिमाही तक कितना बदल चुका है ये Stock? | HDFC Bank Q4 Results
ડીસા આસેડા પાટિયા પાસે અક****સ્માતની ઘટના, કાર અને બાઈક વચ્ચે સર્જાતા એક ઇજાગ્રસ્ત #enews
ડીસા આસેડા પાટિયા પાસે અક****સ્માતની ઘટના, કાર અને બાઈક વચ્ચે સર્જાતા એક ઇજાગ્રસ્ત #enews
Mangaluru News: दक्षिण कन्नड़ के पुत्तूर में कांग्रेस कार्यकर्ता से मारपीट, पुलिस ने किया मामला दर्ज
दक्षिण कन्नड़ जिले के पुत्तूर तालुक के नरिमोगारु गांव में मंगलवार को एक भाजपा कार्यकर्ता ने...
પાટણ જિલ્લાના સાંતલપુરમાં ખેતરોમાં પાણી ભરાઈ જતાં 400 એકર જમીન બેટમાં ફેરવાતા પાકનો સફાયો
પાટણ જિલ્લાના સાંતલપુરમાં ખેતરોમાં પાણી ભરાઈ જતાં 400 એકર જમીન બેટમાં ફેરવાતા પાકનો સફાયો