গুৰু শিষ্যৰ দৰে পৱিত্ৰ সমন্ধত কালিমা সানি ছাত্ৰীক যৌন নিৰ্যাতন চলাই পলায়ন কৰা প্ৰধান শিক্ষক প্ৰদীপ চাংমাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কাৰ্বিআংলংৰ বৈঠালাংচুৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় প্ৰদীপক। কাৰ্বিআংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰধান শিক্ষকজনক। শিক্ষক জনে লজ্জানত ঘটনা সঘটিত কৰি পলায়ন কৰি আছিল যদিও মোবাইলৰ লোকেচন চাই গ্ৰেপ্তাৰ কৰে শিক্ষকজনক। প্ৰধান শিক্ষকজনক চমজি ল’বলৈ বিশ্বনাথ আৰক্ষীৰ দল ৰাওনা হৈছে কাৰ্বি আংলংলৈ। উল্লেখ্য যে বিশ্বনাথৰ চেলাইখাটিৰ হলী চাইল্ড ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ চাংমাই ৬ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই পলায়ন কৰিছিল। ইতিমধ্যে POSCO ACT ৰ অধীনত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ১৪৫/২২ নম্বৰত গোচৰ ৰুজু কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માનવ કલ્યાણ યોજના નો લાભ લેવા આગામી તારીખ ૧-એપ્રિલ થી અરજી કરી શકાશે
માનવ કલ્યાણ યોજના અંતર્ગત વ્યવસાય માટે ટ્રેડ વાઇઝ સાધન ઓજારના સ્વરૂપમાં સહાય મળે છે (રાજ...
મતદાન મથકથી ૧૦૦ મીટરની ત્રિજયાના
વિસ્તારમાં જાહેર કે ખાનગી સ્થળે ચૂંટણી પ્રચાર કરી શકાશે નહીં
મતદાન મથકથી ૧૦૦ મીટરની ત્રિજયાના
વિસ્તારમાં જાહેર કે ખાનગી સ્થળે ચૂંટણી પ્રચાર કરી શકાશે...
मराठा विद्यार्थ्यांना ईडब्ल्यूएस प्रमाणपत्र तात्काळ मिळावे - मुख्यमंत्री एकनाथ शिंदे यांना मराठा क्रांती मोर्च्यांच्या वतीने निवेदन
औरंगाबाद:- दि.१२ स.(दीपक परेराव)राज्याचे मुख्यमंत्री एकनाथ शिंदे काल औरंगाबादेत पैठण येथे...