বৰপেটা জিলাৰ হাউলীৰ কৈমাৰিৰ হোমা একাডেমিৰ কাষত বিগত এসপ্তাহে এটা কুকুৰে মুখত প্লাষ্টিকৰ টেমালৈ গুৰি ফুৰি থকা প্ৰত্যক্ষ কৰিছিল হাউলীৰ সাংবাদিক আনিছুজ জামানে। খাদ্য বস্তুৰ সন্ধান কৰি থকাৰ সময়তে হঠাৎ কুকুৰটোৰ মুখত লাগি ধৰে এটা প্লাষ্টিকৰ টেমা। যাৰ ফলত কুকুৰ টোৱে আহাৰ গ্ৰহণ কৰিব পৰা নাছিল। এই দৃশ্য সাংবাদিক গৰাকীয়ে প্ৰত্যক্ষ কৰি প্ৰথমে স্থানীয় ৰাইজৰ সহযোগত কুকুৰটোক উদ্ধাৰ কৰাৰ চেষ্টা চলাইছিল যদিও সক্ষম হোৱা নাছিল। এই সন্ধৰ্ভত সাংবাদিক গৰাকীয়ে কুকুৰ নৰক যন্ত্ৰণাত ভোগা বুলি এটা বাতৰি যুগুত কৰাৰ পাছতে ৰাজ্যজুৰি কুকুৰ প্ৰেমী লোকে দুখ প্ৰকাশ কৰিছিল। আৰু সাংবাদিক গৰাকীলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে ফোন কৰি কুকুৰটো খবৰ লৈছিল। তাৰ পিছতে কুকুৰটোক উদ্ধাৰ কৰাৰ বাবে বৰপেটা ৰোডৰ এটা সেচ্ছাসেৱী সংগঠনে আগবাঢ়ি আহিছিল। নিলম দাস নামৰ এগৰাকী যুৱতীৰ নেতৃত্বত অহা ৫ জনীয়া এটা দলৰ লগতে হাউলীৰ কেই গৰাকী সাংবাদিকৰ সহযোত অৱশেষত কুকুৰ টোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনকি কুকুৰটোক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত হাউলীৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোকো উপস্থিত হয়। উল্লেখ্য যে ইয়াৰ পুৰ্বেও সাংবাদিক আনিছুজ জামানে নিজৰ তৎপৰতাত আবদ্ধ হৈ থকা জীৱ জন্তুক উদ্ধাৰ কৰি প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Stock Market LIVE Updates: Sensex 1000 अंक टूटा,Nifty 21250 के नीचे, निफ्टी बैंक 45000 के नीचे फिसला
Stock Market LIVE Updates: Sensex 1000 अंक टूटा,Nifty 21250 के नीचे, निफ्टी बैंक 45000 के नीचे फिसला
ડીસા આંગણવાડીના કુપોષિત બાળકોને મીઠાઈ સાથે તેડાગર અને કાર્યકર બહેનોને સન્માનિત કરવામાં આવી,
ડીસા આંગણવાડીના કુપોષિત બાળકોને મીઠાઈ સાથે તેડાગર અને કાર્યકર બહેનોને સન્માનિત કરવામાં આવી,
পুনৰ সংঘটিত হল সাংবাদিক আক্ৰমণৰ ঘটনা। এইবাৰ আক্ৰমণৰ বলি হল DY365 ৰ ডুমডুমাৰ সাংবাদিক নোৱান্তিক উৰাং।
পুনৰ সংঘটিত হল সাংবাদিক আক্ৰমণৰ ঘটনা। এইবাৰ আক্ৰমণৰ বলি হল DY365 ৰ ডুমডুমাৰ সাংবাদিক নোৱান্তিক উৰাং।
Chhattisgarh Election Results: Exit Poll में Baghel के लिए खुशखबरी! | Bhupesh Baghel | Raman Singh
Chhattisgarh Election Results: Exit Poll में Baghel के लिए खुशखबरी! | Bhupesh Baghel | Raman Singh