তিনিচুকীয়া জিলাৰ বীৰ ৰাঘব মৰাণ আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ডঃ অমৰজিত শইকীয়াক ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰে। বীৰ ৰাঘব মৰাণ আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে ডঃ অমৰজিত শইকীয়াই সুচাৰুভাৱে কাৰ্য সম্পাদন কৰাৰ বাবেই ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অতিৰিক্ত দায়িত্ব অৰ্পণ কৰিছে। এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপেও ডঃ শইকীয়াই বহু কাম কৰি আহিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विश्वनाथ चाकोते यांनी वीरशैव समाज जोडण्याचे काम केले - प्रा.प्रफुल्लचंद्र झपके
महाराष्ट्र वीरशैव सभेकडून विश्वनाथ चाकोते यांचा जीवन गौरव पुरस्काराने सन्मान
सोलापूर :-...
দক্ষিণপাট দলং নিৰ্মান স্থলী পৰিদৰ্শন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লোৰিন জ্যোতি গগৈয়ে।
দক্ষিণপাট দলং নিৰ্মান স্থলী পৰিদৰ্শন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লোৰিন জ্যোতি গগৈয়ে।
ಉತ್ತರಾಖಂಡದ ರಾಮನಗರ ಬಳಿ ರಸ್ತೆ ಬದಿ ಬೈಕ್ನಲ್ಲಿ ಹೋಗುತ್ತಿದ್ದ ಸವಾರರನ್ನು ಆನೆಗಳ ಹಿಂಡು ಹಿಂಬಾಲಿಸಿವೆ.
ಉತ್ತರಾಖಂಡದ ರಾಮನಗರ ಬಳಿ ರಸ್ತೆ ಬದಿ ಬೈಕ್ನಲ್ಲಿ ಹೋಗುತ್ತಿದ್ದ ಸವಾರರನ್ನು ಆನೆಗಳ ಹಿಂಡು...
शिरुर तालुक्यातील त्या शाळेतील मुलांचे आठ वर्ष खो खो मध्ये वर्चस्व
रांजणगाव गणपती: यशवंतराव चव्हाण तालुका कला क्रिडा स्पर्धा मंगळवार (दि २२) रोजी रांजणगाव गणपती...
মৈৰাবাৰীৰ জেহাদী কাণ্ডৰ সন্দৰ্ভত মৰিগাঁও আৰক্ষীৰ অভিযান অব্যাহত
মৈৰাবাৰীৰ জেহাদী কাণ্ডৰ সন্দৰ্ভত মৰিগাঁও আৰক্ষীৰ অভিযান অব্যাহত । জেহাদী কাণ্ডৰ লগত জড়িত...