তিনিচুকীয়া জিলাৰ বীৰ ৰাঘব মৰাণ আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ডঃ অমৰজিত শইকীয়াক ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰে। বীৰ ৰাঘব মৰাণ আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে ডঃ অমৰজিত শইকীয়াই সুচাৰুভাৱে কাৰ্য সম্পাদন কৰাৰ বাবেই ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অতিৰিক্ত দায়িত্ব অৰ্পণ কৰিছে। এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপেও ডঃ শইকীয়াই বহু কাম কৰি আহিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આ રાજ્યોએ સાવચેત રહેવું જોઈએ, આગામી બે દિવસ માટે ભારે વરસાદની ચેતવણી; IMD ચેતવણી
ચોમાસાના બીજા તબક્કાના વરસાદે સમગ્ર ભારતમાં જોર પકડ્યું છે. દેશના અનેક રાજ્યોમાં પૂર જેવી સ્થિતિ...
Her father feared she might go insane, according to a "Wooden Doll," - Newzdaddy
In a recent interview, Waheeda Rehman discussed some little-known details about her life as well...
প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগ বন্দেমাতৰম নৃত্য প্ৰতিযোগিতা।
প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগ বন্দেমাতৰম নৃত্য প্ৰতিযোগিতা আজি বিবেকানন্দ বিদ্যালয়ৰ...