সোণাৰিত বিজেপিৰ চৰাইদেউ জিলা চাহ জনগোষ্ঠী মৰ্চাৰ সাংগঠনিক সভা।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

সোণাৰস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্য্যালয়ত আজি চৰাইদেউ জিলা চাহ জনগোষ্ঠী মৰ্চাৰ উদ্যোগত এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়।

চৰাইদেউ জিলা চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি বিজয় ভূমিজৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাংগঠনিক সভাত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাছা, অভয়পুৰ জিলা পৰিষদৰ সদস্য তথা বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সমিতিৰ সম্পাদক ৰাজ নায়ক, বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ উপ-সভাপতি মন্টু কোঁৱৰৰ লগতে চাহ জনগোষ্ঠী মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়াসকল, জিলা সমিতিৰ অন্তৰ্গত আটাইকেইটা মণ্ডলৰ সভাপতিসকল আৰু দলীয় কাৰ্য্যৰ্কতাসকল উপস্থিত আছিল ৷