বাৰ্মিংহামত অনুষ্টিত হোৱা কমনৱেলথ গেমছত অসম তথা ভাৰতবাসীলৈ সুখৰ বাৰ্তা কঢ়িয়ালে বক্সাৰ শিৱ থাপাই। ৬৩.৫ কেজি শাখাত বক্সিং ৰিঙত অৱতীৰ্ণ হৈ পাকিস্তানী প্ৰতিদ্বন্দ্বী ছোলেমান বালোচক ধৰাশায়ী কৰি প্ৰথমখন খেলত বিজয় সাব্যস্ত শিৱ থাপাৰ। শুকুৰবাৰে বিয়লি ৫ বজাৰ পৰা অনুষ্ঠিত হোৱা খেলখনত প্ৰথমৰ পৰা প্ৰতিদ্বন্দ্বীৰ ওপৰত নিজৰ আধিপত্য দেখুৱাবলৈ সক্ষম হৈছিল শিৱ থাপাই। ৰিঙত অৱতীৰ্ণ হোৱাৰ পূৰ্বে দৃঢ় আত্মবিশ্বাসী ৰূপত দেখা গৈছিল অসমৰ বক্সাৰজনক। খেলখনতো সেই আত্মবিশ্বাস অব্যাহত ৰাখি এক সহজ জয় লাভ কৰে শিৱ থাপাই। ৮ আগষ্টলৈকে অনুষ্ঠিত হ’বলগীয়া ৭২সংখ্যক কমনৱেল্থ গেমছত এইবাৰ শিৱ থাপাই পদক জয়েৰে সমগ্ৰ অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী ক্ৰীড়াপ্ৰেমী সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Cold wave in Disa people shivered in cold temperature 10 degrees
Cold wave in Disa people shivered in cold temperature 10 degrees
અમદાવાદીઓ માટે ખુશીના સમાચાર મેટ્રો ટ્રેન નવરાત્રી ના દ્દિવશે સરું થાય એવી શક્યતા, જાણો વધુ માહિતી ટિકિટ દર થી લઈને સરફ ની દરેક માહિતી sms news ઉપર
અમદાવાદી ઓ આનંદો...
જે પ્રોજેક્ટ પાછળ અત્યાર સુધીમાં ૧૨૫૦૦ કરોડ ખર્ચ કરવામાં આવ્યા છે....
Arvind Kejriwal Arrest News: Rouse Avenue Court में केजरीवाल की रिमांड पर जारी सुनवाई | AAP | BJP
Arvind Kejriwal Arrest News: Rouse Avenue Court में केजरीवाल की रिमांड पर जारी सुनवाई | AAP | BJP
BANASKANTHA : ડીસા વિધાનસભા યુવા નેતાની ટિકીટ જાહેર
BANASKANTHA : ડીસા વિધાનસભા યુવા નેતાની ટિકીટ જાહેર