বাৰ্মিংহামত অনুষ্টিত হোৱা কমনৱেলথ গেমছত অসম তথা ভাৰতবাসীলৈ সুখৰ বাৰ্তা কঢ়িয়ালে বক্সাৰ শিৱ থাপাই। ৬৩.৫ কেজি শাখাত বক্সিং ৰিঙত অৱতীৰ্ণ হৈ পাকিস্তানী প্ৰতিদ্বন্দ্বী ছোলেমান বালোচক ধৰাশায়ী কৰি প্ৰথমখন খেলত বিজয় সাব্যস্ত শিৱ থাপাৰ। শুকুৰবাৰে বিয়লি ৫ বজাৰ পৰা অনুষ্ঠিত হোৱা খেলখনত প্ৰথমৰ পৰা প্ৰতিদ্বন্দ্বীৰ ওপৰত নিজৰ আধিপত্য দেখুৱাবলৈ সক্ষম হৈছিল শিৱ থাপাই। ৰিঙত অৱতীৰ্ণ হোৱাৰ পূৰ্বে দৃঢ় আত্মবিশ্বাসী ৰূপত দেখা গৈছিল অসমৰ বক্সাৰজনক। খেলখনতো সেই আত্মবিশ্বাস অব্যাহত ৰাখি এক সহজ জয় লাভ কৰে শিৱ থাপাই। ৮ আগষ্টলৈকে অনুষ্ঠিত হ’বলগীয়া ৭২সংখ্যক কমনৱেল্থ গেমছত এইবাৰ শিৱ থাপাই পদক জয়েৰে সমগ্ৰ অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী ক্ৰীড়াপ্ৰেমী সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
इमरान की पार्टी बोली- जयशंकर को अपने प्रदर्शनों में बुलाएंगे:उन्हें पाकिस्तान का लोकतंत्र दिखाना है
पाकिस्तान के पूर्व प्रधानमंत्री इमरान खान की पार्टी पाकिस्तान तहरीक-ए-इंसाफ (PTI) ने कहा है कि वे...
সোণাৰিত ভাৰতীয় চাহ মজদুৰ সংঘৰ কাৰ্যালয় উদ্বোধন
সোণাৰিত ভাৰতীয় চাহ মজদুৰ সংঘৰ কাৰ্যালয় উদ্বোধন।
ভাৰতীয় চাহ মজদুৰ সংঘ চমুকৈ বি চি এম এচ ৰ এটি...
કાંકણપુર નકલી નોટોનું કારખાનું ઝડપાયું | Estv | Godhara | Kakanpur |Factory of counterfeit notes
કાંકણપુર નકલી નોટોનું કારખાનું ઝડપાયું | Estv | Godhara | Kakanpur |Factory of counterfeit notes
মানকাচৰৰ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত স্তনপান সপ্তাহ উদযাপন
মানকাচৰ সংহত উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত বিশ্ব স্তন পান সপ্তাহ উদযাপন।
নৱজাতকক কেনেকৈ...