হোজাইত প্ৰথম বাৰৰ বাবে মডেলিং শ্বো । FLEMFIRE MEDIA PRODUCTION FILMS AND EVENT ৰ পৰা MR & MISS HOJAI ফেশ্বন শ্বো প্ৰতিযোগিতা প্ৰথমবাৰ হোজাই ত অনুষ্ঠিত কৰা হৈছে ।MR & MISS HOJAI ফেশ্বন শ্বোত প্ৰথম বাৰতেই ৩৫ জনকৈ শিশু আৰু যুৱতীয়ে অংশ গ্ৰহণ কৰিছে । এই ফেশ্বন শ্বোত হোজাই জিলাৰ বিভিন্ন স্থানৰ যুৱতী সকলে অংশ গ্ৰহণ কৰিছে ।MR & MISS HOJAI ৰ কিতাপ অৰ্জন কৰা জনে গুৱাহাটী আৰু বিভিন্ন ঠাইত হোৱা ফেশ্বন শ্বোত অংশ গ্ৰহণ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দিহিং পাটকাই সমন্বয়স্থলীত টাই আহোমৰ গৃহ নিৰ্মাণৰ প্ৰস্তুতি ।। Bibidh News
দিহিং পাটকাই সমন্বয়স্থলীত টাই আহোমৰ গৃহ নিৰ্মাণৰ প্ৰস্তুতি ।। Bibidh News
Airtel के लिए बड़ी खुशखबरी, इस राज्य में 59 लाख 5G कस्टमर्स का आंकड़ा हुआ पार
एयरटेल भारत के टॉप टेलीकॉम ऑपरेटर्स में से गिना जाता है जिसके भारत में हजारों यूजर्स है। आपको बता...
Falcon Heavy: SpaceX ने लॉन्च किया दुनिया का सबसे शक्तिशाली रॉकेट 'Falcon Heavy', एलन मस्क ने ट्वीट किया फोटो
Falcon Heavy Rocket: एलन मस्क की कंपनी SpaceX ने सोमवार को दुनिया के सबसे शक्तिशाली सक्रिय...