ঢেঁকীপাৰাৰ মথাউৰীৰ পূৰ্বে চিগা অংশৰে হোৰাহোৰে ওলাইছে পানী।

আকৌ প্লাৱিত হৈছে বছাচুবা, বদিয়াসিচা অঞ্চল।

অঞ্চলটোৰ ৰাইজৰ চোতালে ঘৰে এতিয়া বান।

আকৌ এক অনাকাংক্ষিত পৰিস্থিতিৰ বাবে চিন্তিত হৈ পৰিছে বন্যাৰ্ত।