মাজুলীবাসীৰ বাবে ভাল খবৰঃ নতুন বজাৰত স্থাপন হ'ল ATM

#আজি মাজুলীৰ অন্যতম ব্যৱসায়িক প্ৰাণকেন্দ্ৰ নতুন বজাৰত সংযোজন হ'ল ATM ব্যবস্থা। 

#উজনি মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিলে নতুন বজাৰৰ উদ্যমী যুৱক মনোজ কুমাৰ গুপ্তাই। 

#যুৱকজনৰ এনে প্ৰচেষ্টাক মাজুলীবাসীয়ে শলাগ লৈছে। 

#উজনি মাজুলীৰ জনসাধাৰণৰ লগতে ঢকুৱাখনা মহকুমাৰ জনসাধাৰণো উপকৃত হ'ব আজি শুভ উদ্বোধন হোৱা ATM টোৰ জড়িয়তে।