স্বাধীনতাৰ ৭৫বছৰ উপলক্ষে দেশৰ ৭৫খন চহৰত নগৰ বন উদ্যান স্হাপনৰ ব্যবস্থা গ্ৰহন কৰিছে৷ইয়াৰে অংশ স্বৰূপে তেজপুৰৰ ঔগুৰি পাহাৰত ১০একৰ ভুমিত আজি আনুষ্ঠানিক ভাবে নগৰ বন উদ্যানৰ প্ৰস্তাবিত প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়৷ ৭৫টি গছ পুলি ৰোপণৰে তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভা শোনিতপুৰৰ উপায়ুক্ত দেব কুমাৰ মিশ্ৰ আৰু বন বিভাগৰ বিষয়া সকলে৷ এই উদ্যানত ফল ফুলৰ গছ ৰোপণ কৰাৰ লগতে পৰ্যটকৰ বাবে বিশেষ ব্যবস্থাৰে আটক ধুনীয়া উদ্যান গঢ়ি তোলা হব বুলি মন্তব্য আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Heavy Rain in Himachal Pradesh Live: शिमला के शिव मंदिर में फंसे 30 श्रद्धालु; घटनास्थल का जायजा लेने पहुंचे CM सुखविंदर सिंह सुक्खू
Heavy Rain in Himachal Pradesh Live Updates: हिमाचल प्रदेश में भारी बारिश की वजह से कई इलाकों में...
লিল্ফেটিক ফাইলেৰিয়াচ বা গোধ ৰোগৰ সম্পৰ্কে সংবাদমেল তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ
লিল্ফেটিক ফাইলেৰিয়াচ বা গোধ ৰোগৰ সম্পৰ্কে সংবাদমেল তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ
Weather Update: दिल्ली से लेकर पंजाब-हरियाणा तक आज खुश कर देगा मौसम, 6 राज्यों हीटवेव का अलर्ट; जानें देशभर के मौसम का हाल
Weather Update: पहाड़ों से लेकर मैदान तक मौसम का मिजाज बदला हुआ है। जहां पहाड़ी इलाकों में...
મોઘી વીજળીથી જનતા ત્રસ્ત ગુજરાતમાં 300 યુનિટ વીજળી મફત આપવા માગ
મોઘી વીજળીથી જનતા ત્રસ્ત ગુજરાતમાં 300 યુનિટ વીજળી મફત આપવા માગ
પાટણ જિલ્લામાં પ્રધાનમંત્રી આવાસ યોજનાના પ્રસંગે છવાયો હર્ષોઉલ્લાસ | SatyaNirbhay News Channel
પાટણ જિલ્લામાં પ્રધાનમંત્રી આવાસ યોજનાના પ્રસંગે છવાયો હર્ષોઉલ્લાસ | SatyaNirbhay News Channel