স্বাধীনতাৰ ৭৫বছৰ উপলক্ষে দেশৰ ৭৫খন চহৰত নগৰ বন উদ্যান স্হাপনৰ ব্যবস্থা গ্ৰহন কৰিছে৷ইয়াৰে অংশ স্বৰূপে তেজপুৰৰ ঔগুৰি পাহাৰত ১০একৰ ভুমিত আজি আনুষ্ঠানিক ভাবে নগৰ বন উদ্যানৰ প্ৰস্তাবিত প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়৷ ৭৫টি গছ পুলি ৰোপণৰে তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভা শোনিতপুৰৰ উপায়ুক্ত দেব কুমাৰ মিশ্ৰ আৰু বন বিভাগৰ বিষয়া সকলে৷ এই উদ্যানত ফল ফুলৰ গছ ৰোপণ কৰাৰ লগতে পৰ্যটকৰ বাবে বিশেষ ব্যবস্থাৰে আটক ধুনীয়া উদ্যান গঢ়ি তোলা হব বুলি মন্তব্য আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
व्हाइट हाउस ने जारी की बाइडन की हेल्थ रिपोर्ट, वैक्सीन लगने के बाद भी कोरोना संक्रमण से जूझ रहे अमेरिकी राष्ट्रपति
वॉशिंगटन। अमेरिका के राष्ट्रपति जो बाइडेन कोविड-19 संक्रमण से ग्रस्त हैं। उनको सांस लेने में...
তিনি বন্ধুৱে হত্যা কৰিলেনেকি অমায়িক অতুলক || তিনি বন্ধুৰ বিৰুদ্ধে ঘিলামৰা আৰক্ষীয়ে গোচৰ পঞ্জীয়ন
তিনি বন্ধুৱে হত্যা কৰিলেনেকি অমায়িক অতুলক || তিনি বন্ধুৰ বিৰুদ্ধে ঘিলামৰা আৰক্ষীয়ে গোচৰ পঞ্জীয়ন
महंगे रिचार्ज का Jio, Airtel और VI को भुगतना पड़ रहा खामियाजा, ग्राहकों में आई कमी
सितंबर 2024 में जियो एयरटेल और वीआई को नए ग्राहक जोड़ने के मामले में निराशा हाथ लगी है। इस अवधि...
अरुणाचल प्रदेश के रुकसिन में प्रशासन ने स्वतंत्रता दिवस मनाया।
इस अवसर पर सांसद तापिर गांव और विधायक निनोंग इरिंग भी उपस्थित
अरुणाचल प्रदेश के ईस्ट सियांग जिले के रुकसिन अतिरिक्त जिला उपायुक्त कार्यालय के तत्वावधान में आज...