অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ নৱ গঠিত কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৰ্দ্ধিতবাকাৰ্যনিৰ্বাহক সভা জিলা কাৰ্যালয়ত আজি অনুষ্ঠিত হয়। নৱ নিৰ্বাচিত সম্পাদক লিংকেশ্বৰ গগৈয়ে আঁত ধৰা উক্ত সভাখন পৰিচালনা কৰে জিলাৰ সভাপতি ঝৰ্ণা মহনে। সভাত AJYCP কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা চৰাইদেউ জিলা উপদেষ্টা পলাশ চাংমাই,কেন্দ্ৰীয় উপদেষ্টা ৰঞ্জিত চাংমাই,কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক দিগন্ত গগৈৰ লগতে জিলা সমিতিৰ উপদেষ্টা মণ্ডলী, জিলাৰ কৰ্মকৰ্তা সকল,আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नागपुर में राहुल गांधी बोले- जाति जनगणना जरूर होगी:कहा- हम आरक्षण में 50% की दीवार भी तोड़ेंगे
राहुल गांधी ने कहा, "देश में जाति जनगणना होगी और इससे दलितों, ओबीसी और आदिवासियों के साथ हो रहे...
'सब हिंदुओं का उपयोग करते हैं...' शंकराचार्य Sadanand Saraswati ने PM Modi, Ram Mandir पर क्या कहा?
'सब हिंदुओं का उपयोग करते हैं...' शंकराचार्य Sadanand Saraswati ने PM Modi, Ram Mandir पर क्या कहा?
বালিপৰাৰ গুদামঘাট মিৰিত গুলিচালনাৰ ঘটনা | ঘটনা সন্দৰ্ভত দুজনক আটক
অবৈধ্য অস্ত্ৰৰ ঘাটিলৈ ৰূপান্তৰিত হৈছে নেকি শোণিতপুৰৰ গুদামঘাট অঞ্চল। মদ ভাং জোৱাৰ সমান্তৰালভাৱে...
આઝાદી કા અમૃત મહોત્સવ અંતર્ગત આમોદ પાલિકા દ્વારા તિરંગા રેલી યોજાઈ
આઝાદી કા અમૃત મહોત્સવ અંતર્ગત આમોદ પાલિકા દ્વારા તિરંગા રેલી યોજાઈ