টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ সমষ্টিৰ বাসগৃহত চাহ জনগোষ্ঠীৰ উদ্যমী যুৱক-যুৱতী সকলক স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰৰ চাহ ও প্রাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা অভিলাষী আঁচনি 'শ্বহীদ দয়াল দাস পাণিকা স্ব-নিয়োজন আঁচনি' খনৰ প্ৰ-পত্ৰৰ স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত সহস্ৰাধিক উদ্যমী যুৱক-যুৱতীৰ প্ৰ-পত্ৰত স্বাক্ষৰ প্ৰদান কৰে। এই আচঁনিৰ জৰিয়তে চাহ বাগিচাৰ লোক সকলৰ স্ব-নিয়োজনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। অনুষ্ঠানত কেবিনেট মন্ত্ৰী বিমল বৰাৰ সৈতে চাহ উন্নয়ন বৰ্ডৰ অধ্যক্ষ সুশীল তাছা, চাহ জনগোষ্ঠী মৰ্চা ডিব্ৰুগড় জিলা সভাপতি প্ৰণৱ তাঁতী, কৃষান মৰ্চা ৰাজ্যিক উপ-সভাপতি বিমল দাস লগতে বিভিন্ন ব্যক্তি সকল আৰু বহু শতাধিক ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उत्तराखंड के सभी स्कूलों में मास्क पहनना अनिवार्य, शिक्षा विभाग ने जारी किया आदेश
कोरोना के बढ़ते खतरे को देखते हुए उत्तराखंड सरकार ने सभी प्राइवेट और सरकारी स्कूलों में मास्क...
एस एफ आय च्या वतीने जिल्हाधिकारी कार्यालयासमोर निदर्शने@india report
एस एफ आय च्या वतीने जिल्हाधिकारी कार्यालयासमोर निदर्शने@india report
रोज़ाना केले खाने के 7 अद्भुत फायदे | 7 Amazing Health Benefits Of Banana
रोज़ाना केले खाने के 7 अद्भुत फायदे | 7 Amazing Health Benefits Of Banana
Kolhapur : पाणीटंचाई विरोधात शिंगणापूर ग्रामपंचायतीवर ग्रामस्थांचा घागर मोर्चा...BPN news network
Kolhapur : पाणीटंचाई विरोधात शिंगणापूर ग्रामपंचायतीवर ग्रामस्थांचा घागर मोर्चा...BPN news network