টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ সমষ্টিৰ বাসগৃহত চাহ জনগোষ্ঠীৰ উদ্যমী যুৱক-যুৱতী সকলক স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰৰ চাহ ও প্রাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা অভিলাষী আঁচনি 'শ্বহীদ দয়াল দাস পাণিকা স্ব-নিয়োজন আঁচনি' খনৰ প্ৰ-পত্ৰৰ স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত সহস্ৰাধিক উদ্যমী যুৱক-যুৱতীৰ প্ৰ-পত্ৰত স্বাক্ষৰ প্ৰদান কৰে। এই আচঁনিৰ জৰিয়তে চাহ বাগিচাৰ লোক সকলৰ স্ব-নিয়োজনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। অনুষ্ঠানত কেবিনেট মন্ত্ৰী বিমল বৰাৰ সৈতে চাহ উন্নয়ন বৰ্ডৰ অধ্যক্ষ সুশীল তাছা, চাহ জনগোষ্ঠী মৰ্চা ডিব্ৰুগড় জিলা সভাপতি প্ৰণৱ তাঁতী, কৃষান মৰ্চা ৰাজ্যিক উপ-সভাপতি বিমল দাস লগতে বিভিন্ন ব্যক্তি সকল আৰু বহু শতাধিক ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વધુ એક વ્યાજખોર સામે ફરિયાદ નોંધાઈ....
વધુ એક વ્યાજખોર સામે ફરિયાદ નોંધાઈ....
મોહનથાળની પ્રસાદી ફરી શરૂ કરવાની માંગ...
મોહનથાળની પ્રસાદી ફરી શરૂ કરવાની માગ; ડીસાના ગાંગેશ્વર મંદિરે મહાઆરતી-મોહનથાળની પ્રસાદીનું...
OK শব্দ তো কেতিয়া আবিষ্কাৰ হৈছিল
সামাজিক মাধ্যমত দিতুল গোহাঁয়ে লিখিছে ।☘️☘️☘️OK(অ'কে)☘️☘️☘️আপুনি এই শব্দটো হাজাৰবাৰ কৈছে।আপুনি OKৰ...
ડીસાની આદર્શ વિદ્યા સંકુલ ખાતે નેશનલ ગેમ્સ અંતર્ગત રમતોત્સવ યોજાયો...!
ડીસાની આદર્શ વિદ્યા સંકુલ ખાતે નેશનલ ગેમ્સ અંતર્ગત રમતોત્સવ યોજાયો...!