নাৰায়ণপুৰ উন্নয়ণ খন্ডৰ অন্তৰ্গত শিমলুগুৰি গাঁও পঞ্চায়তত আজি আড়ম্বৰতাৰে উদ্যাপন কৰা হয় দেশৰ ৭৫ তম স্বাধীনতা দিৱস ৷ গাঁও পঞ্চায়তৰ সভানেত্ৰী শিখামনী বৰকটকীয়ে জাতীয় পতাকা উত্তোলন কৰাৰ অন্তত পঞ্চায়তবাসীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰাৰ লগতে সকলোলৈ স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰে ৷ ইয়াৰ পাছতে পঞ্চায়তটোৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকলক লৈ অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে বিধায়ক অমিয় কুমাৰ ভূঞা আৰু পঞ্চায়তটোৰ অন্তৰ্গত বিশিষ্ট ব্যক্তি আৰু গৰিষ্ঠসংখ্যক পঞ্চায়তবাসী ৷ উল্লেখ্য যে বিগত স্বাধীনতা দিৱসৰ তুলনাত এইবাৰ অভুতপূৰ্ব লোকে দিৱসটোত অংশগ্ৰহণ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઉપરાષ્ટ્રપતિના શપથ: આજે દેશને નવા ઉપરાષ્ટ્રપતિ મળશે, જગદીપ ધનખર ઉપરાષ્ટ્રપતિ તરીકે લેશે શપથ
દેશને આજે નવા ઉપરાષ્ટ્રપતિ મળવા જઈ રહ્યા છે. નવા ચૂંટાયેલા ઉપરાષ્ટ્રપતિ જગદીપ ધનખર આજે દેશના 14મા...
নামনি মাজুলীত দুটা গঁড়ৰ মুক্ত বিচৰণ।
নামনি মাজুলীত দুটা গঁড়ৰ মুক্ত বিচৰণ। বিগত এমহে মাজুলীত সন্ত্ৰাস চলাই আহিছে দুটা গড়ে।
Dog Lover: अगर आप कुत्तों के लिए कुछ करना चाहते हैं तो इस आदमी से सीख सकते हैं (BBC Hindi)
Dog Lover: अगर आप कुत्तों के लिए कुछ करना चाहते हैं तो इस आदमी से सीख सकते हैं (BBC Hindi)
દાહોદ નગરપાલિકા પ્રમુખ સહિત દાહોદ નગર પાલીકા ટીમે મુલાકાત લીધી
દાહોદ સ્માર્ટ સીટી અંતર્ગત કરોડોના ખર્ચે બનાવવામાં બ્યુટીફિક્શન કરવામાં આવેલ ઐતિહાસિક છાબ તળાવની...