নাৰায়ণপুৰ উন্নয়ণ খন্ডৰ অন্তৰ্গত শিমলুগুৰি গাঁও পঞ্চায়তত আজি আড়ম্বৰতাৰে উদ্যাপন কৰা হয় দেশৰ ৭৫ তম স্বাধীনতা দিৱস ৷ গাঁও পঞ্চায়তৰ সভানেত্ৰী শিখামনী বৰকটকীয়ে জাতীয় পতাকা উত্তোলন কৰাৰ অন্তত পঞ্চায়তবাসীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰাৰ লগতে সকলোলৈ স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰে ৷ ইয়াৰ পাছতে পঞ্চায়তটোৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকলক লৈ অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে বিধায়ক অমিয় কুমাৰ ভূঞা আৰু পঞ্চায়তটোৰ অন্তৰ্গত বিশিষ্ট ব্যক্তি আৰু গৰিষ্ঠসংখ্যক পঞ্চায়তবাসী ৷ উল্লেখ্য যে বিগত স্বাধীনতা দিৱসৰ তুলনাত এইবাৰ অভুতপূৰ্ব লোকে দিৱসটোত অংশগ্ৰহণ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
30 से अधिक परिवारों को कीचड़ से निकलना पड़ता है, रास्ता बनवाने की मांग
कोटा. सांगोद उपखंड क्षेत्र के ग्राम मंडाप की मोग्या बस्ती के करीब 30 से अधिक परिवारों को बारिश के...
US Market Rally Today: अमेरिकी बाजारों में तेजी जारी, बुधवार को Dow Jones 185 Points के साथ बंद
US Market Rally Today: अमेरिकी बाजारों में तेजी जारी, बुधवार को Dow Jones 185 Points के साथ बंद
બગસરા ના મોટા મુજયાસર ગામે તીરંગા યાત્રા યોજવામાં આવી
બગસરા ના મોટા મુજયાસર ગામે તીરંગા યાત્રા યોજવામાં આવી બગસરા તાલુકા ભાજપ ની આગેવાનીમાં યોજાઇ...
भजनलाल सरकार के दावों की पोल खोलती अवैध रिसोर्ट
एक तरफ भजनलाल सरकार नियमों को लेकर सख्त है। दूसरी ओर टोंक जिले के निवाई उपखंड से होकर गुजर रहे...