শিৱসাগৰত প্ৰদৰ্শিত হল সত্ৰীয়া নৃত্য শৈলীত "চম্পাৱতীৰ কথাৰে"শীৰ্ষক নৃত্য নাটিকা।'অভিজ্ঞানম নৃত্যম'নৃত্য শিক্ষাৰ অভিকেন্দ্ৰৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধিয়া শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত উদযাপন কৰা হয় দ্বিতীয় "অভিজ্ঞানম নৃত্যম"মহোৎসৱ। অভিজ্ঞানম নৃত্যম মহোৎসৱৰ লগত সংগতি ৰাখি কৌশিক কুমাৰ সন্দিকৈৰ পৰিকল্পনা আৰু পৰিচালনাত পোন প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হয় ৰসৰাজ লক্ষীনাথ বেজবৰুৱাৰ সাধুকথা "চম্পাৱতীৰ কথাৰে"শীৰ্ষক নৃত্য নাটিকা। নৱনীত হাজৰিকাই আতধৰা, বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰধ্যাপক ডঃ পল্লৱী ডেকা বুজৰবৰুৱাই।গড়গাওঁ মহাবিদ্যাল্যয়ৰ অধ্যক্ষ ডঃ সব্যসাচি মহন্ত,জেষ্ঠ সংবাদিক এনামুদ্দিন আহমেদ আৰু সমাজকৰ্মী জিতু দত্ত উপস্থিত থকা উদ্ধোধনী অনুষ্ঠানত সংগতি নাটক অকাডেমী বটাৰে সন্মানিত নৃত্যশিল্পী গুৰু ৰামকৃষ্ণু তালুকদাক "অভিজ্ঞানম কলা সৌৰভ বঁটা প্ৰদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मच्छिमारांच्या हितासाठी संघर्ष समितीच्या ठामपणे पाठीशी; फणसोप ग्रामस्थ व मच्छीमारांचा निर्णय
[ रत्नागिरी/ प्रतिनिधी ]
भाट्ये खाडीचे मुख असलेल्या मांडवी बंदरातील गाळाचा प्रश्न...
દાહોદ જિલ્લામાં ૧ લાખથી વધુ બાલ શક્તિ ૬૭ હજાર થી વધુ પૂર્ણાશક્તિ તેમજ ૨૮ હજાર થી વધુ માતૃશક્તિના પેકેટના વિતરણ
દાહોદ જિલ્લામાં ૧ લાખથી વધુ બાલશક્તિ, ૬૭ હજારથી વધુ પૂર્ણાશક્તિ તેમજ ૨૮ હજારથી વધુ માતૃશક્તિના...
কমনৱেলথ গেমছৰ আজি অন্তিম দিন, মুঠ ৫৫টা পদকেৰে ৫ম স্থানত ভাৰত
২৮ জুলাই পৰা আৰম্ভ হোৱা কমনৱেলথ গেমছৰ আজি অন্তিমটো দিন। বাৰ্মিংহামত ১১ দিনীয়াকৈ অনুষ্ঠিত হোৱা...
চিলাপথাৰত এজেৱাইচিপিৰ প্ৰয়াত ছাত্ৰ নেতা অনুপম বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন, অগণন গুণমুগ্ধৰ অংশগ্ৰহণ
চিলাপথাৰত এজেৱাইচিপিৰ প্ৰয়াত ছাত্ৰ নেতা অনুপম বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন, অগণন গুণমুগ্ধৰ...
પોરબંદર માં એનએસયુઆઈ અને યુથ કોંગ્રેસ દ્વારા રસ્તા માં પડેલ ગાબડા માં હવન કરાયો
પોરબંદર માં એનએસયુઆઈ અને યુથ કોંગ્રેસ દ્વારા રસ્તા માં પડેલ ગાબડા માં હવન કરાયો