২৮ জুলাই পৰা আৰম্ভ হোৱা কমনৱেলথ গেমছৰ আজি অন্তিমটো দিন। বাৰ্মিংহামত ১১ দিনীয়াকৈ অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শনে মন মুহিছে দৰ্শকক। এতিয়া লৈ ভাৰতে মুঠ ৫৫টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ১৮ টা সোণ, ১৫ টা ৰূপ আৰু ২২ টা ব্ৰঞ্জৰ পদকেৰে ৫ম স্থানত থাকিবলৈ সক্ষম হৈছে ভাৰত।উল্লেখ্য যে অন্তিম দিনাৰ খেলত ভাৰতৰ পদক ৬টালৈ বৃ্দ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি অৰ্থাৎ ৮ আগষ্টৰ দিনৰ ১.২০ বজাত বেডমিন্টনৰ ফাইনেল প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পি ভি সিন্ধু। আনহাতে পুৰুষৰ বেডমিন্টনত ফাইনেল খেলিব লক্ষ্য সেনে।ইয়াৰ উপৰিও পুৰুষৰ হকীৰ ফাইনেল খেল আবেলি ৫ বজাৰ পৰা আৰম্ভ হ’ব। বাৰ্মিংহামত অনুষ্ঠিত হোৱা ২০২২ বৰ্ষৰ কমনৱেলথ গেমছত পদকৰ তালিকাৰ শীৰ্ষ স্থানত আছে অষ্ট্ৰেলিয়া। ৬৬ টা সোণ, ৫৫ টা ৰূপ আৰু ৫৩ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৭৪ টা পদক লাভ কৰি তালিকাৰ শীৰ্ষত স্থান বৰ্তাই ৰাখিছে অষ্ট্ৰেলিয়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অৰুণাচল প্ৰদেশত আদি জনগোষ্ঠী সকলৰ এক বিশেষ উৎসৱ পালন
অৰুণাচল প্ৰদেশত আদি জনগোষ্ঠী সকলৰ এক বিশেষ উৎসৱ পালন
SCO मीटिंग में अजित डोभाल ने पाकिस्तान के साथ-साथ चीन को भी लिया लपेटे में, लश्कर और ISIS का किया जिक्र
नई दिल्ली। भारत ने एक बार फिर साफ कर दिया है कि सीमा पार आतंकवाद के मुद्दे पर वह अपनी पुरानी...
ઈડર ખાતે વાર્ષિક આશા સંમેલન યોજાયું
ઇડર ખાતે વાર્ષિક આશા સંમેલન યોજાયું જેમાં ડીડીઓ સાહેબ સાબરકાંઠા ,સી,ડી એચ ઓ સાહેબ, આરસીએચઓ સાહેબ,...
જેતપુરના મેળામાં ઘૂસેલા આખલાએ મચાવી ધમાચકડી ; કંઈકને અડફેટે લીધા
જન્માષ્ટમીના તહેવારો હોય હાલ સૌરાષ્ટ્રભરમાં મેળાઓનો માહોલ જામ્યો છે અને જેતપુરમાં પણ લોકમેળો...
ભાજપના રાષ્ટ્રીય પ્રવક્તા દ્વારા શહેર કાર્યાલય ખાતે મુલાકાત લેવામાં આવી
આજરોજ ભાજપા ના રાષ્ટ્રીય પ્રવકતા સંબિત પાત્રાજી ની વિશેષ ઉપસ્થિતિમાં શહેર કાર્યાલય ખાતે પત્રકાર...