আগন্তুক ৭৫ সংখ্যাক স্বাধীনতা দিৱস উপলক্ষ্যে কামৰূপ জিলাৰ সকলো শিক্ষানুস্থানৰ লগতে কামৰূপ জিলাৰ কঞাঁ ৰাজহ চক্ৰৰ অন্তৰ্গত কামপীঠ হাইস্কুলত ৰাতিপুৱা ৮ বজাত প্ৰায় ১ কিলোমিটাৰ পদযাত্ৰা উলিয়াই দেশপ্ৰেমমূলক বন্দনাৰে ছাত্ৰ- ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে । বিদ্যালয়ৰ অধ্যাপিকা ৰীনা দেৱীৰ তত্বাৱধানত বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰী সকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচী প্ৰভাত ফেৰী অনুষ্ঠান সুকলমে সম্পন্ন কৰে আৰু অঞ্চলটোত " হৰ ঘৰ ত্ৰিৰংগাৰ " এক সজাগতা আনিবলৈ চেষ্টা কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শুক্লাই নৈৰ বাঢ়নী পানীৰ কৱলত গোৰেশ্বৰৰ জাবংপাৰা শান্তিপুৰ
শুক্লাই নৈৰ বাঢ়নী পানীৰ কৱলত গোৰেশ্বৰৰ জাবংপাৰা শান্তিপুৰ
સુરત: અનેક જિલ્લામાં છૂટો છવાયો વરસાદ
સુરત: અનેક જિલ્લામાં છૂટો છવાયો વરસાદ #Surat #Gujaratrain #Monsoon2022
Haryana के लड़कों का खतरनाक जुगाड़, Helmet की जगह पहना Pipe, Video हुआ Viral | Social List
Haryana के लड़कों का खतरनाक जुगाड़, Helmet की जगह पहना Pipe, Video हुआ Viral | Social List
ধেমাজিত ৯খন চুৰি মটৰচাইকেল উদ্ধাৰ
ধেমাজি সদৰ থানাৰ আৰক্ষীয়ে আজি কিছুদিন ধৰি বহুকেইটা চুৰি মটৰচাইকেল গোচৰৰ সংক্ৰান্তত...