আগন্তুক ৭৫ সংখ্যাক স্বাধীনতা দিৱস উপলক্ষ্যে কামৰূপ জিলাৰ সকলো শিক্ষানুস্থানৰ লগতে কামৰূপ জিলাৰ কঞাঁ ৰাজহ চক্ৰৰ অন্তৰ্গত কামপীঠ হাইস্কুলত ৰাতিপুৱা ৮ বজাত প্ৰায় ১ কিলোমিটাৰ পদযাত্ৰা উলিয়াই দেশপ্ৰেমমূলক বন্দনাৰে ছাত্ৰ- ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে । বিদ্যালয়ৰ অধ্যাপিকা ৰীনা দেৱীৰ তত্বাৱধানত বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰী সকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচী প্ৰভাত ফেৰী অনুষ্ঠান সুকলমে সম্পন্ন কৰে আৰু অঞ্চলটোত " হৰ ঘৰ ত্ৰিৰংগাৰ " এক সজাগতা আনিবলৈ চেষ্টা কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Vaibhav Sanghavi’s Stock Picks: बाजार के इस Level पर Risk Reward Ratio कैसा है? | Budget Unwinding
Vaibhav Sanghavi’s Stock Picks: बाजार के इस Level पर Risk Reward Ratio कैसा है? | Budget...
BJP on Rahul Gandhi: 'फर्जी गांधी हैं राहुल', अमेरिका में दिए बयान पर भड़की बीजेपी, कहा- ये देश का अपमान
BJP on Rahul Gandhi: संसदीय कार्य मंत्री प्रह्लाद जोशी ने कांग्रेस नेता राहुल...
કેશોદ : રામદેવપીરનો લોકમેળો અને મંડપનો કાર્યક્રમ યોજાયો
કેશોદ : રામદેવપીરનો લોકમેળો અને મંડપનો કાર્યક્રમ યોજાયો
নাজিৰা মেকীপুৰ চাহ বাগিছা খাপৰা লাইনত তিনি বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল হৰি লোহা নামৰ ৫২ বছৰীয়া লম্পট
নাজিৰা মেকিপুৰ চাহ বাগিছা খাপৰা লাইনত তিনি বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ'ল...
किरकोळ वादातुन मित्रांनी केला मित्राचा खून
किरकोळ बाचाबाचीवरून दोघांच्या मारहाणीत कदमवाकवस्तीत एका युवकाचा मृत्यू
...